ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

ৰোমীয়া কিতাপৰ সাৰাংশ

ৰোমীয়া

সাৰাংশ

  • ১

    • নমস্কাৰ (১-৭)

    • পৌলে ৰোমলৈ যাব বিচাৰিলে (৮-১৫)

    • ভাল মানুহে নিজৰ বিশ্বাসৰ দ্বাৰা জীয়াই থাকিব (১৬, ১৭)

    • ভক্তিহীন লোকসকলে কোনো কাৰণ দিব নোৱাৰে (১৮-৩২)

      • ঈশ্বৰৰ গুণ সৃষ্টিত দেখা পোৱা যায় (২০)

  • ২

    • তেওঁ যিহূদী আৰু ইস্ৰায়েলী নোহোৱা লোকসকলৰ ন্যায় কৰে (১-১৬)

      • বিবেকে কেনেকৈ কাম কৰে (১৪, ১৫)

    • যিহূদী আৰু মোচিৰ নিয়ম (১৭-২৪)

    • হৃদয়ৰ চুন্নৎ (২৫-২৯)

  • ৩

    • “যিকোনো পৰিস্থিতিত ঈশ্বৰ সত্য হয় বুলি প্ৰমাণিত হয়” (১-৮)

    • যিহূদী আৰু ইস্ৰায়েলী নোহোৱা সকলোৱে পাপৰ অধীনত (৯-২০)

    • বিশ্বাসৰ কাৰণে ভাল মানুহ বুলি গণ্য কৰা হয় (২১-৩১)

      • ঈশ্বৰৰ আচৰিত গুণ সকলোৱে দেখুৱাব নোৱাৰিলে (২৩)

  • ৪

    • বিশ্বাসৰ কাৰণে অব্ৰাহামক ভাল মানুহ বুলি গণ্য কৰা হʼল (১-১২)

      • তেওঁ বিশ্বাস কৰা বিলাকৰ পিতৃ হয় (১১)

    • বিশ্বাসৰ কাৰণে প্ৰতিজ্ঞা লাভ কৰিছিল (১৩-২৫)

  • ৫

    • খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ লগত পুনৰ শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি উঠা (১-১১)

    • আদমৰ পৰা মৃত্যু, খ্ৰীষ্টৰ পৰা জীৱন (১২-২১)

      • পাপ আৰু মৃত্যু সকলো মানুহলৈ বিয়পি গʼল (১২)

      • এটা ভাল কাম (১৮)

  • ৬

    • খ্ৰীষ্টত বাপ্তিষ্মা লৈ এক নতুন জীৱন-যাপন (১-১১)

    • পাপক নিজৰ শৰীৰত ৰাজত্ব কৰিবলৈ নিদিবা (১২-১৪)

    • পাপৰ দাস ঈশ্বৰৰ দাস হোৱা (১৫-২৩)

      • পাপৰ মজুৰি মৃত্যু; ঈশ্বৰৰ উপহাৰ জীৱন (২৩)

  • ৭

    • নিয়মৰ পৰা মুক্ত হোৱাৰ বিষয়ে উদাহৰণ (১-৬)

    • নিয়মৰ পৰা পাপ প্ৰকাশ হʼল (৭-১২)

    • পাপৰ বিৰুদ্ধে যুঁজ (১৩-২৫)

  • ৮

    • পবিত্ৰ শক্তিৰ যোগেদি জীৱন আৰু মুক্ত (১-১১)

    • পবিত্ৰ শক্তিৰ যোগেদি তুলি লোৱা হয় (১২-১৭)

    • সৃষ্টিয়ে ঈশ্বৰৰ সন্তান হোৱাৰ স্বাধীনতাৰ অপেক্ষা কৰি আছে (১৮-২৫)

    • ‘পবিত্ৰ শক্তিয়ে আমাৰ কাৰণে মিনতি কৰে’ (২৬, ২৭)

    • ঈশ্বৰে আগতেই নিৰ্ণয় লʼলে (২৮-৩০)

    • ঈশ্বৰৰ প্ৰেমৰ সহায়ত জয় (৩১-৩৯)

  • ৯

    • জন্মগত ইস্ৰায়েলীসকলৰ কাৰণে পৌলৰ দুখ (১-৫)

    • অব্ৰাহামৰ আচল বংশ (৬-১৩)

    • ঈশ্বৰৰ পচন্দৰ ওপৰত প্ৰশ্ন কৰিব নোৱাৰি (১৪-২৬)

      • ক্ৰোধ আৰু দয়াৰ পাত্ৰ (২২, ২৩)

    • কম সংখ্যক লোকেহে উদ্ধাৰ পাব (২৭-২৯)

    • ইস্ৰায়েলীয়ে উজুটি খালে (৩০-৩৩)

  • ১০

    • ঈশ্বৰৰ দৃষ্টিত ভাল মানুহ বুলি কেনেকৈ গণিত হয় (১-১৫)

      • সকলোৰে আগত ঘোষণা (১০)

      • যিহোৱাৰ নাম লʼলে উদ্ধাৰ পাব (১৩)

      • প্ৰচাৰকসকলৰ ভৰি সুন্দৰ (১৫)

    • শুভবাৰ্তা গ্ৰহণ নকৰিলে (১৬-২১)

  • ১১

    • সকলো ইস্ৰায়েলীক ত্যাগ কৰা নহʼল (১-১৬)

    • জলফাই গছৰ উদাহৰণ (১৭-৩২)

    • ঈশ্বৰৰ বুদ্ধিৰ গভীৰতা (৩৩-৩৬)

  • ১২

    • নিজৰ শৰীৰক জীৱিত বলিদান হিচাপে অৰ্পণ কৰা (১, ২)

    • শৰীৰ এক, বৰদান বেলেগ বেলেগ (৩-৮)

    • প্ৰকৃত খ্ৰীষ্টান জীৱন-যাপনৰ বিষয়ে পৰামৰ্শ (৯-২১)

  • ১৩

    • অধিকাৰীসকলৰ অধীনত থাকা (১-৭)

      • কৰ দিয়া (৬, ৭)

    • যিজনে আনক প্ৰেম কৰে, তেওঁ সঠিকভাৱে ঈশ্বৰৰ নিয়ম পালন কৰে (৮-১০)

    • দিনৰ সময়ত লোকসকলে যিদৰে ভদ্ৰভাৱে জীৱন-যাপন কৰে, সেইদৰেই জীৱন-যাৱন কৰা (১১-১৪)

  • ১৪

    • এজনে-আনজনক দোষী বুলি নকʼবা (১-১২)

    • আনক উজুটি নোখোৱাবা (১৩-১৮)

    • শান্তি আৰু একতা বজাই ৰাখক (১৯-২৩)

  • ১৫

    • খ্ৰীষ্টই যিদৰে গ্ৰহণ কৰিলে, এজনে-আনজনক গ্ৰহণ কৰা (১-১৩)

    • পৌল, ৰাষ্ট্ৰৰ সেৱক (১৪-২১)

    • পৌলৰ যাত্ৰাৰ পৰিকল্পনা (২২-৩৩)

  • ১৬

    • পৌলে ফৈবী নামৰ ভনীৰ বিষয়ে কয় (১, ২)

    • ৰোমৰ খ্ৰীষ্টানসকলক নমস্কাৰ (৩-১৬)

    • বিভেদ সৃষ্টি কৰা লোকসকলৰ বিষয়ে সতৰ্কবাণী (১৭-২০)

    • পৌলৰ সহকৰ্মীসকলৰ পৰা নমস্কাৰ (২১-২৪)

    • পবিত্ৰ ৰহস্য এতিয়া প্ৰকাশ পালে (২৫-২৭)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক