পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ ১ থিচলনীকীয়া কিতাপৰ সাৰাংশ ১ থিচলনীকীয়া সাৰাংশ ১ নমস্কাৰ (১) থিচলনীকীয়াসকলৰ বিশ্বাসৰ কাৰণে ধন্যবাদ (২-১০) ২ থিচলনীকীত পৌলৰ প্ৰচাৰ কাম (১-১২) থিচলনীকীয়াসকলে বাৰ্তা গ্ৰহণ কৰিলে (১৩-১৬) তেওঁলোকক লগ কৰিবলৈ পৌলৰ বৰ ইচ্ছা আছিল (১৭-২০) ৩ পৌল বহুত চিন্তিত হৈ আথীনীত অপেক্ষা কৰে (১-৫) তীমথিয়ে শান্ত্বনাদায়ক খবৰ দিয়ে (৬-১০) পৌলে থিচলনীকীৰ ভাইসকলৰ কাৰণে প্ৰাৰ্থনা কৰে (১১-১৩) ৪ অনৈতিক শাৰীৰিক সম্পৰ্কৰ বিৰুদ্ধে সাৱধানবাণী (১-৮) এজনে-আনজনক আৰু বেছিকৈ প্ৰেম কৰা (৯-১২) ‘আনৰ বিষয়ত নোসোমাবা’ (১১) যিসকলৰ খ্ৰীষ্টত মৃত্যু হৈছে, তেওঁলোক প্ৰথমে জীয়াই উঠিব (১৩-১৮) ৫ যিহোৱাৰ দিন আহি আছে (১-৫) “শান্তি আৰু সুৰক্ষা” (৩) জাগি থাকা আৰু সচেতন হৈ থাকা (৬-১১) উপদেশ (১২-২৪) অৱশেষত নমস্কাৰ (২৫-২৮)