ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ

যাকোব কিতাপৰ সাৰাংশ

যাকোব

সাৰাংশ

  • ১

    • নমস্কাৰ (১)

    • ধৈৰ্য্য ধৰিলে আনন্দ পোৱা যায় (২-১৫)

      • পৰীক্ষিত হোৱা বিশ্বাস (৩)

      • বিশ্বাসেৰে খুজি থাকা (৫-৮)

      • ইচ্ছাই পাপ আৰু মৃত্যুৰ ফালে লৈ যায় (১৪, ১৫)

    • প্ৰতিটো ভাল উপহাৰ স্বৰ্গৰ পৰা আহে (১৬-১৮)

    • বাক্য শুনা; পালন কৰা (১৯-২৫)

      • আইনাত নিজৰ চেহেৰা চোৱাজন (২৩, ২৪)

    • শুদ্ধ আৰু নিষ্কলংক উপাসনা (২৬, ২৭)

  • ২

    • পক্ষপাত কৰা পাপ হয় (১-১৩)

      • প্ৰেম হৈছে এক ৰাজকীয় নিয়ম (৮)

    • কামৰ অবিহনে বিশ্বাস মৰা (১৪-২৬)

      • দুষ্ট স্বৰ্গদূতে বিশ্বাস কৰে আৰু থৰ থৰকৈ কঁপে (১৯)

      • অব্ৰাহামক যিহোৱাৰ বন্ধু বুলি কোৱা হʼল (২৩)

  • ৩

    • জিভাক নিয়ন্ত্ৰণ কৰা (১-১২)

      • বহুতো লোকে যেন শিক্ষক নহওক (১)

    • স্বৰ্গৰ পৰা পোৱা বুদ্ধি (১৩-১৮)

  • ৪

    • জগতৰ লগত বন্ধুত্ব নকৰিবা (১-১২)

      • চয়তানৰ বিৰোধ কৰা (৭)

      • ঈশ্বৰৰ কাষ চাপা (৮)

    • অহংকাৰৰ পৰা সাৱধান (১৩-১৭)

      • “যদি যিহোৱাৰ ইচ্ছা হয়” (১৫)

  • ৫

    • ধনী লোকসকলক সাৱধানবাণী (১-৬)

    • ধৈৰ্য্য ধৰিলে ঈশ্বৰৰ আশীৰ্বাদ পোৱা যায় (৭-১১)

    • তোমালোকৰ “হয়” মানে “হয়” হওক (১২)

    • বিশ্বাসেৰে কৰা প্ৰাৰ্থনাই প্ৰভাৱ পেলায় (১৩-১৮)

    • পাপীক উভতি আহিবলৈ সহায় কৰা (১৯, ২০)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক