পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ ২ যোহন কিতাপৰ সাৰাংশ ২ যোহন সাৰাংশ নমস্কাৰ (১-৩) সত্যৰ পথত চলি থাকা (৪-৬) বিশ্বাসঘাত কৰা লোকসকলৰ পৰা সাৱধান (৭-১১) নমস্কাৰো নজনাবা (১০, ১১) তেওঁলোকক লগ কৰাৰ আশা আৰু নমস্কাৰ (১২, ১৩)