পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ যিহূদা কিতাপৰ সাৰাংশ যিহূদা সাৰাংশ নমস্কাৰ (১, ২) মিছা শিক্ষকসকলে নিশ্চয় শাস্তি পাব (৩-১৬) চয়তানৰ লগত মীখায়েলৰ তৰ্ক (৯) হনোকৰ ভৱিষ্যবাণী (১৪, ১৫) নিজকে ঈশ্বৰৰ প্ৰেমৰ যোগ্য কৰি ৰাখা (১৭-২৩) ঈশ্বৰৰ মহিমা হওক (২৪, ২৫)