ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • nwt পৃষ্ঠা ৬-পৃষ্ঠা ৭
  • প্ৰশ্ন ১: ঈশ্বৰ কোন হয়?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰশ্ন ১: ঈশ্বৰ কোন হয়?
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
প্ৰশ্ন ১: ঈশ্বৰ কোন হয়?

প্ৰশ্ন ১

ঈশ্বৰ কোন হয়?

এজন মানুহে আকাশলৈ চাই আছে

“লোকসকলে যেন জানিব পাৰে যে কেৱল তুমিয়েই, যিজনৰ নাম যিহোৱা, গোটেই পৃথিৱীৰ ওপৰত মহান ঈশ্বৰ।”

গীতমালা ৮৩:১৮

“যিহোৱা যে ঈশ্বৰ, ইয়াকে জানা; তেওঁহে আমাক নিৰ্মাণ কৰিলে, আমি তেওঁৰেই।”

গীতমালা ১০০:৩

“মই যিহোৱা। এয়ে মোৰ নাম; মই মোৰ গৌৰৱ আনক বা মোৰ প্ৰশংসা কটা মূৰ্তিবোৰক নিদিওঁ।”

যিচয়া ৪২:৮

“যি কোনোৱে যিহোৱাৰ নাম লয়, তেওঁ উদ্ধাৰ পাব।”

ৰোমীয়া ১০:১৩

“নিশ্চয়, প্ৰতিটো ঘৰ কোনোবা নহয় কোনোবা এজন বনাওঁতা থাকে, কিন্তু যিজনে সকলো বনাইছে তেওঁ হৈছে ঈশ্বৰ।”

ইব্ৰী ৩:৪

“আকাশলৈ চকু তুলি চোৱা, কোনে সৌ তৰাবোৰ সৃষ্টি কৰিলে? যিজনে সেইবোৰৰ সেনাক গণনা কৰি কৰি মাতে, সেইবোৰক নাম ধৰি ধৰি মাতে। সেইজনাৰ অধিক শক্তি আৰু পৰাক্ৰমৰ কাৰণে সেইবোৰৰ কোনো এটাও তেওঁৰ আগত অনুপস্থিত নাথাকে।”

যিচয়া ৪০:২৬

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক