প্ৰশ্ন ৪
বাইবেলত লিখা কথাবোৰ বিজ্ঞানৰ অনুসৰি সঠিক হয় নে?
“তেওঁ শূন্যৰ ওপৰত উত্তৰৰ আকাশ বিস্তাৰ কৰে, আৰু পৃথিৱীক শূন্যত ওলোমাই থয়।”
ইয়োব ২৬:৭
“সকলো নদী গৈ সমুদ্ৰত পৰে; তথাপি সমুদ্ৰ কেতিয়াও পূৰ নহয়; নদীবোৰ যি ঠাইলৈ যায়, সেই ঠাইলৈকে পুনৰায় একেৰাহে গৈ থাকে।”
উপদেশক ১:৭
“ঈশ্বৰ গোলাকাৰ পৃথিৱীৰ ওপৰত বাস কৰে।”
যিচয়া ৪০:২২