ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • nwt পৃষ্ঠা ২০-পৃষ্ঠা ২১
  • প্ৰশ্ন ১০: ভৱিষ্যতৰ বিষয়ে বাইবেলে কি প্ৰতিজ্ঞা কৰিছে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰশ্ন ১০: ভৱিষ্যতৰ বিষয়ে বাইবেলে কি প্ৰতিজ্ঞা কৰিছে?
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
প্ৰশ্ন ১০: ভৱিষ্যতৰ বিষয়ে বাইবেলে কি প্ৰতিজ্ঞা কৰিছে?

প্ৰশ্ন ১০

ভৱিষ্যতৰ বিষয়ে বাইবেলে কি প্ৰতিজ্ঞা কৰিছে?

ঈশ্বৰে প্ৰতিজ্ঞা কৰা প্ৰমোদবনত এজন পিতৃয়ে এজোপা গছ পুলি ৰুইছে আৰু তেওঁৰ লʼৰাটো ওচৰতে আছে

“ভাল মানুহবিলাক পৃথিৱীৰ অধিকাৰী হʼব আৰু তাত অনন্ত জীৱন জীয়াই থাকিব।”

গীতমালা ৩৭:২৯

“পৃথিৱী সদায় থাকে।”

উপদেশক ১:৪

“তেওঁ চিৰকাললৈকে মৃত্যুক গ্ৰাস কৰিব আৰু প্ৰভু যিহোৱাই সকলোৰে মুখৰ পৰা চকু-লো মচিব।”

যিচয়া ২৫:৮

“সেই কালত অন্ধবিলাকৰ চকু খোলা হʼব আৰু কলাবোৰৰ কাণ মুকলি হʼব। সেই কালত খোৰাই হৰিণীৰ দৰে ডেও দিব আৰু বোবাবিলাকৰ জিভাই গান কৰিব; কিয়নো অৰণ্যত জল আৰু মৰুভূমিত জুৰিবোৰ ওলাব।”

যিচয়া ৩৫:৫, ৬

“তেওঁ তেওঁলোকৰ আটাই চকুপানী মচি দিব আৰু মৃত্যু নহʼব, শোক বা ক্ৰন্দন বা বেদনাও নাথাকিব। আগৰ বিষয়বোৰ শেষ হʼল।”

প্ৰকাশিত বাক্য ২১:৪

“লোকবিলাকে ঘৰ সাজি তাৰ ভিতৰত বাস কৰিব আৰু দ্ৰাক্ষাবাৰী পাতি তাৰ ফল ভোগ কৰিব। অন্যে বাস কৰিবলৈ তেওঁবিলাকে ঘৰ নাসাজিব, অন্যে ভোগ কৰিবলৈ তেওঁবিলাকে বাৰী নাপাতিব; কিয়নো গছৰ আয়ুস যিমান, মোৰ প্ৰজাবিলাকৰ আয়ুসো সিমান হʼব আৰু মোৰ মনোনীত লোকবিলাকে নিজ নিজ হাতেৰে কৰা কাৰ্য্যৰ ফল বহুকাললৈকে ভোগ কৰিব।”

যিচয়া ৬৫:২১, ২২

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক