ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • nwt পৃষ্ঠা ২৩
  • প্ৰশ্ন ১২: মৃত লোকসকলৰ বাবে কি আশা আছে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • প্ৰশ্ন ১২: মৃত লোকসকলৰ বাবে কি আশা আছে?
  • পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
পবিত্ৰ বাইবেল—নতুন জগত অনুবাদ
প্ৰশ্ন ১২: মৃত লোকসকলৰ বাবে কি আশা আছে?

প্ৰশ্ন ১২

মৃত লোকসকলৰ বাবে কি আশা আছে?

“এই কথাত আচৰিত নহʼবা, কিয়নো সেই সময় আহি আছে, যেতিয়া কবৰত থকা সকলোৱে তেওঁৰ মাত শুনিব আৰু জীৱিত হʼব।”

যোহন ৫:২৮, ২৯

“ভাল আৰু বেয়া, দুয়োধৰণৰ লোকসকলক মৃতবিলাকৰ মাজৰ পৰা আকৌ জীয়াই তোলা হʼব।”

পাঁচনিৰ কৰ্ম্ম ২৪:১৫

“মই মৃতবিলাকক অৰ্থাৎ সৰু-ডাঙৰ সকলোকে সিংহাসনৰ আগত থিয় হোৱা দেখিলোঁ আৰু কেইখনমান কিতাপ খোলা হʼল। তাৰ পাছত আৰু এখন কিতাপ খোলা হʼল, সেয়া হৈছে জীৱনৰ কিতাপ। সেই কিতাপবোৰত লিখা কথাবোৰৰ অনুসৰি মৃতবিলাকক তেওঁলোকৰ কামৰ অনুসৰি ন্যায় কৰা হʼল। আৰু সমুদ্ৰই নিজৰ লগত থকা মৃতবিলাকক দি দিলে আৰু মৃত্যু আৰু কবৰেও নিজৰ লগত থকা মৃতবিলাকক দিলে আৰু তেওঁলোকৰ কামৰ অনুসৰি তেওঁলোক প্ৰতিজনকে ন্যায় কৰা হʼল।”

প্ৰকাশিত বাক্য ২০:১২, ১৩

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক