ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • rq পাঠ ১৬ পৃষ্ঠা ৩১
  • আপোনাৰ সিদ্ধান্ত হৈছে ঈশ্বৰক সেৱা কৰা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপোনাৰ সিদ্ধান্ত হৈছে ঈশ্বৰক সেৱা কৰা
  • ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
  • মিল থকা বিষয়
  • আপুনি বাপ্তিষ্মাৰ বাবে সাজু আছেনে?
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২০
  • বাপ্তিষ্মা আৰু ঈশ্বৰৰ লগত আপোনাৰ সম্পৰ্ক
    বাইবেলে প্ৰকৃততে কি শিকায়?
  • মই নিজৰ জীৱন ঈশ্বৰলৈ সমৰ্পণ কৰি বাপ্তিষ্মা লোৱা উচিত নে?
    বাইবেলে আমাক কি শিকায়?
  • চিৰকাললৈ ঈশ্বৰক সেৱা কৰিবলৈ আপোনাৰ লক্ষ্য হওঁক
    জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়
আৰু চাওক
ঈশ্বৰে আমাৰ পৰা কি বিচাৰে
rq পাঠ ১৬ পৃষ্ঠা ৩১

পাঠ ১৬

আপোনাৰ সিদ্ধান্ত হৈছে ঈশ্বৰক সেৱা কৰা

ঈশ্বৰৰ বন্ধু হবলৈ আপুনি কি কৰা উচিত? (১, ২)

কিদৰে আপুনি নিজকে ঈশ্বৰক সমৰ্পণ কৰিব? (১)

আপোনাক কেতিয়া বাপ্তিসমা লব লাগে? (২)

ঈশ্বৰৰ প্ৰতি বিশ্বাসত স্থিৰ থাকিবলৈ কেনেকৈ আপুনি শক্তি প্ৰাপ্ত কৰিব পাৰে? (৩)

১. ঈশ্বৰৰ এজন বন্ধু হবলৈ, আপোনাক বাইবেলৰ সত্যৰ ভাল জ্ঞান লোৱা উচিত, (১ তীমথিয় ২:৩, ৪), যি বিলাক শিকিছে তাক বিশ্বাস কৰক (ইব্ৰী ১১:৬) আপুনি নিজৰ পাপৰ কাৰণে অনুতাপ কৰক। (পাঁচনি কৰ্ম্ম ১৭:৩০, ৩১) আৰু জীৱনৰ ভাল পথলৈ ওভতি আহক। (পাঁচনি কৰ্ম্ম ৩:১৯) তেতিয়া ঈশ্বৰৰ প্ৰতি থকা প্ৰেমে আপোনক, তেওঁলৈ সমৰ্পণ কৰাত উত্তেজিত কৰিব। ইয়াৰ মানে এয়ে যে ব্যক্তিগতৰূপে, গুপুতে কৰা প্ৰাৰ্থনাত কব যে আপুনি নিজকে তেওঁৰ ইচ্ছা মতে কাম কৰিবৰ কাৰণে নিজকে সমৰ্পণ কৰিছে।—মথি ১৬:২৪; ২২:৩৭।

২. ঈশ্বৰলৈ নিজকে সমৰ্পণ কৰা পাছত আপোনাক বাপ্তিসমা লোৱা উচিত। (মথি ২৮:১৯, ২০) বাপ্তিসমা দ্বাৰাই সকলোৱে জানিব যে আপুনি নিজকে যিহোৱা লৈ সমৰ্পণ কৰিছে। বাপ্তিসমা অকল সেইসকলৰ কাৰণে যি সকল ঈশ্বৰক সেৱা কৰিবলৈ নিৰ্ণয় লব পাৰে। যেতিয়া কোনো এজন ব্যক্তিক, বাপ্তিসমা দিয়া হয় তেওঁৰ সৰ্ম্পূণ শৰীৰ খন্তেকৰ বাবে পানীত ডুবাই দিব লাগে।a—মাৰ্ক ১:৯, ১০; পাঁচনি কৰ্মমে ৮:৩৬।

৩. আপুনি সিদ্ধান্ত লোৱাৰ পাছত, যিহোৱাই আশা কৰে আপুনি আপোনাৰ প্ৰতিজ্ঞাৰ অনুসাৰে চলি যাওক। (গীতমালা ৫০:১৪; উপদেশক ৫:৪, ৫) দিয়াবলে আপোনাক যিহোৱাৰ সেৱাৰ পৰা আঁতৰাই নিবলৈ চেষ্টা কৰিব। (১ পিতৰ ৫:৮) কিন্তু প্ৰাৰ্থনাৰ দ্বাৰাই ঈশ্বৰৰ ওচৰলৈ চাপি আহক। (ফিলিপীয়া ৪:৬, ৭) প্ৰত্যেক দিনা তেওঁৰ বাক্য অধ্যয়ন কৰক। (গীতমালা ১:১-৩) মণ্ডলীৰ লগত একে বান্ধোনত থাকক। (ইব্ৰী ১৩:১৭) এই বিলাক কৰাৰ দ্বাৰই আপুনি ঈশ্বৰৰ প্ৰতি বিশ্বাসত স্থিৰ থাকিবলৈ শক্তি পাব। এইদৰে কৰিলে অনন্ত কাললৈ ঈশ্বৰে কি বিচাৰে তাক কৰিব পাৰিব।

[ফুটনোট্‌]

a ওৱাচ্ছ টাৱাৰ বাইবেল এণ্ড্‌ ট্ৰেক্‌ট্‌ চচাইটি দ্বাৰা প্ৰকাশিত জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়, নামৰ কিতাব বা প্ৰকশিত একেই সাদৃশ্যৰ কিতাবত বাপ্তিসমাৰ কাৰণে অনুমোদনৰ পৰামৰ্শ দিছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক