শেষৰ পৃষ্ঠা
আপুনি ঈশ্বৰক প্ৰেম কৰে বুলি কেনেকৈ দেখুৱাব?
আপুনি কেনেকৈ জানিব যে আপুনি নিজৰ বিবেকৰ কথা কেতিয়া শুনিব লাগে?
আপুনি যি ধৰণে বন্ধুৰ নিৰ্বাচন কৰে, তাৰপৰা আপোনাৰ বিষয়ে কি কʼব পাৰি?
অধিকাৰীসকলৰ প্ৰতি আপুনি যেনে দৃষ্টিভংগী ৰাখে, তাক দেখি ঈশ্বৰে আপোনাৰ বিষয়ে কি ভাবে?
ঈশ্বৰৰ নৈতিক মানদণ্ডবোৰ পালন কৰিলে আপুনি কেনেকৈ উপকৃত হʼব?
আপুনি কেনেকৈ নিজৰ কামত আনন্দ বিচাৰি পাব?
যিহোৱা ঈশ্বৰৰ আজ্ঞাবোৰ পালন কৰাৰ ইচ্ছা জাগৃত কৰিবলৈ আপোনাক কি কথাই সহায় কৰিব?