ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০১ ৪/১ পৃষ্ঠা ৩২
  • এনে এক ঘটনা য’ত আপুনি উপস্থিত হোৱাটো অতি প্ৰয়োজন

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এনে এক ঘটনা য’ত আপুনি উপস্থিত হোৱাটো অতি প্ৰয়োজন
  • ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০১ ৪/১ পৃষ্ঠা ৩২

এনে এক ঘটনা যʼত আপুনি উপস্থিত হোৱাটো অতি প্ৰয়োজন

“সকলো উত্তম দান আৰু সকলো সিদ্ধ বৰ” আমাৰ স্বৰ্গীয় পিতৃ, ঈশ্বৰৰ পৰা আহে। —যাকোব ১:১৭.

ঈশ্বৰে পাপী আৰু অসিদ্ধ মানৱজাতিক উত্তম উপহাৰ দিলে। তেওঁলোকক পাপৰ পৰা মুক্তি দিবলৈ ঈশ্বৰে নিজৰ একমাত্ৰ পুত্ৰ যীচু খ্ৰীষ্টক বলিদানৰূপে দিবলৈ প্ৰবন্ধ কৰিলে। যীচুৱে নিজৰ প্ৰাণ আহুতি দি আমাৰ বাবে উদ্ধাৰ আৰু আহিবলগীয়া সুন্দৰ পৰমদেশত অনন্ত জীৱন পাবলৈ সম্ভৱ কৰালে। লূক ২২:১৯ পদত যীচুৱে নিজৰ মৃত্যুক স্মৰণীয় পৰ্বৰূপে পালন কৰিবলৈ আজ্ঞা দিছে।

যিহোৱাৰ সাক্ষীসকলে যীচুৰ এই আজ্ঞাক পালন কৰে আৰু আন্তৰিকতাৰে আপোনাক আমন্ত্ৰিত কৰিছে যাতে আপুনিও তেওঁলোকৰ সৈতে এই বছেৰেকীয়া উৎসৱত উপস্থিত হয়। বাইবেলৰ কেলেণ্ডাৰৰ অনুসাৰে চন্দ্ৰ মাহৰ নিচান ১৪ তাৰিখটো, ২০০১ চনৰ দেউবাৰ, এপ্ৰিল ৮ তাৰিখৰ সৈতে মিল খাই। গতিকে সূৰ্য্য অস্ত যোৱাৰ পাছত এই স্মৰণীয় পৰ্ব পালন কৰা হʼব। এই তাৰিখটোক মনত ৰাখিবলৈ নোট কৰি ৰাখক। আপোনাৰ এলেকাত থকা যিহোৱাৰ সাক্ষীসকলে আপোনাক কʼব পাৰে যে এই স্মৰণীয় পৰ্ব কʼত আৰু কোনটো সময়ত পালন কৰা হʼব। (w01 4/1)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক