ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০১ ১১/১ পৃষ্ঠা ৩২
  • আপুনি যিহোৱাৰ সাক্ষীসকলক আমন্ত্ৰণ কৰিব বিচাৰেনে?

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আপুনি যিহোৱাৰ সাক্ষীসকলক আমন্ত্ৰণ কৰিব বিচাৰেনে?
  • ২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০১ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০১ ১১/১ পৃষ্ঠা ৩২

আপুনি যিহোৱাৰ সাক্ষীসকলক আমন্ত্ৰণ কৰিব বিচাৰেনে?

দুখ-কষ্টৰে ভৰা এই পৃথিৱীখনতো আপুনি প্ৰকৃত আনন্দ বিচাৰি পাব পাৰে। কিন্তু ইয়াৰ বাবে ঈশ্বৰ আৰু তেওঁৰ ৰাজ্যৰ বিষয়ে বাইবেলে কি কৈছে, মানৱজাতিৰ বাবে ঈশ্বৰৰ উদ্দেশ্য কি তাক আপুনি জনা আৱশ্যক। যদি আপুনি এই বিষয়ে অধিক জানিবলৈ বিচাৰে বা কোনো ব্যক্তিয়ে আপোনাৰ ঘৰত আহি আপোনাৰ সৈতে বিনামূল্যে বাইবেল অধ্যয়ন কৰাটো বিচাৰে, তেনেহʼলে এই ঠিকনাত যোগাযোগ কৰক: Watch Tower, H-58 Old Khandala Road, Lonavla 410401, Mah., India. যদি আপুনি অন্য দেশত আছে তেনেহʼলে আপোনাৰ একেবাৰে ওচৰত থকা সংস্থাৰ সঠিক কাৰ্য্যলয়ৰ ঠিকনাত যোগাযোগ কৰক। সেই ঠিকনাসমূহ এই আলোচনীখনৰ ২ পৃষ্ঠাত দিয়া হৈছে।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক