ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • w০৪ ৩/১ পৃষ্ঠা ৩২
  • স্মৰণ কৰিবলগীয়া এক অতি গুৰুত্বপূৰ্ণ দিন

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • স্মৰণ কৰিবলগীয়া এক অতি গুৰুত্বপূৰ্ণ দিন
  • ২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
২০০৪ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
w০৪ ৩/১ পৃষ্ঠা ৩২

স্মৰণ কৰিবলগীয়া এক অতি গুৰুত্বপূৰ্ণ দিন

যীচুৱে মৃত্যুবৰণ কৰা পূৰ্বে সেই সন্ধ্যা তেওঁৰ শিষ্যসকলৰ মাজত এটা খমিৰ নিদিয়া পিঠা আৰু এটা পান-পাত্ৰত ৰঙা দ্ৰাক্ষাৰস বিতৰণ কৰি তেওঁলোকক খাবলৈ দিছিল। তদুপৰি তেওঁ এইদৰেও কৈছিল: “মোক সুৱৰিবলৈ ইয়াকে কৰা।”—লূক ২২:১৯.

এই বছৰত তেওঁৰ মৃত্যু দিবসৰ সোঁৱৰণী এপ্ৰিল মাহৰ ৪ তাৰিখে সূৰ্য্য অস্ত যোৱাৰ পিছত পালন কৰা হʼব। বিশ্বজুৰি থকা যিহোৱাৰ সাক্ষীসকলে যীচুৱে স্থাপনা কৰাৰ দৰে তেওঁৰ মৃত্যুক সোঁৱৰিবলৈ এই বিশেষ নিশা তেওঁলোকে একত্ৰিত হʼব। সেই উপলক্ষ্যত উপস্থিত থাকিবলৈ আপোনাক আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হৈছে। সেই উদ্‌যাপনৰ সঠিক সময় আৰু স্থানৰ বিষয়ে জানিবলৈ অনুগ্ৰহ কৰি স্থানীয় যিহোৱাৰ সাক্ষীসকলৰ সৈতে যোগা-যোগ কৰক। (w04 3/15)

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক