ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ২/৯৯ পৃষ্ঠা ৩
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ২/৯৯ পৃষ্ঠা ৩

ঘোষণাসমূহ

▪ আলোচনীৰ প্ৰদৰ্শন ফেব্ৰুৱাৰী: সুখী পৰিয়ালৰ ৰহস্য। মাৰ্চ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়। গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ এটা বিশেষ প্ৰচেষ্টা কৰা হব। এপ্ৰিল আৰু মে’: প্ৰহৰীদূৰ্গ আৰু সজাগ হওঁক! আলোচনীৰ বাবে গ্ৰাহকতা। আগ্ৰহী থকা লোকসকলৰ বাবে বিচাৰে ব্ৰশ্বৱাৰখন প্ৰস্তুত কৰক আৰু গৃহ বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ চেষ্টা কৰক।

▪ ১৯৯৯ চনৰ মাৰ্চ ২২ তাৰিখৰ পৰা আৰম্ভ হোৱা সপ্তাহত মণ্ডলীৰ পুস্তক অধ্যয়নত সেই সৰ্বশ্ৰেষ্ঠ মানৱ যি কেতিয়াবা জীৱিত আছিল কিতাপখনৰ পৰা বিবেচনা কৰা হব। আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ এই সংখ্যাত অধ্যয়নৰ সম্পূৰ্ণ তালিকা দিয়া হৈছে। আপুনি এই তালিকাখনৰ ফটোকপি কৰি সহজে যাতে বিচাৰি পাই তাৰ বাবে আপোনাৰ ব্যক্তিগত কিতাপত ৰাখিব পাৰে। এই কিতাপখনৰ পাতনি কেনেকৈ আলোচনা কৰিব পাৰি ইয়াৰ বিষয়ে ১৯৯৩ এপ্ৰিল মাহৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ (ইংৰাজী) ৮ পৃষ্ঠাত থকা “সেই সৰ্বশ্ৰেষ্ঠ মানৱ যি কেতিয়াবা জীৱিত আছিল অধ্যয়ন” ৫ অনুচ্ছেদত বৰ্ণনা কৰা হৈছে।

▪ সকলো নিয়মিত অগ্ৰগামীসকলৰ সৈতে চেক্ৰেটেৰী আৰু সেৱা ওভাৰচিয়াৰে তেওঁলোকৰ কাৰ্য্যৰ পুনৰনিৰীক্ষণ কৰা উচিত। যদি কোনো এজনৰ প্ৰয়োজনীয় ঘন্টা পূৰ্ণ কৰিবলৈ অসুবিধা হৈছে তেনেহʼলে প্ৰাচীনে তেওঁক সহায় কৰিবলৈ ব্যৱস্থা কৰা উচিত। পৰামৰ্শৰ বাবে, অক্টোবৰ ১ তাৰিখৰ সংস্থাৰ বাৰ্ষিক S-২০১ চিঠিখন পুনৰনিৰীক্ষণ কৰক। আৰু অক্টোবৰ ১৯৮৬ আমাৰ ৰাজ্য পৰিচৰ্য্যা-ত থকা অন্তপত্ৰখনৰ ১২-২০ অনুচ্ছেদ চাওঁক।

▪ জানুৱাৰী ১৫, ১৯৯৯ চনৰ পৰা প্ৰহৰীদুৰ্গ আলোচনীখন, উৰ্দু ভাষাত অৰ্দ্ধ মাহেকীয়া হিচাপে আৰম্ভ হব।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক