ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৪/৯৯ পৃষ্ঠা ৫
  • ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ পুনৰ নিৰীক্ষণ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ পুনৰ নিৰীক্ষণ
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৪/৯৯ পৃষ্ঠা ৫

ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ পুনৰ নিৰীক্ষণ

১৯৯৯ চনৰ জানুৱাৰী ৪ তাৰিখৰ পৰা এপ্ৰিল ১৯ তাৰিখলৈকে থকা ঈশ্বৰ-শাসিত পৰিচৰ্য্যা স্কুলৰ ভাষণবোৰত ওপৰত আধাৰিত এই পুনৰ নিৰীক্ষণ আমি কোনো কিতাপ নোখোলাকৈ আলোচনা কৰিম। নিযুক্তি সময়ৰ অনুসৰি, আপুনি যাতে প্ৰশ্নসমূহৰ উত্তৰবোৰ লিখিব পাৰে তাৰ বাবে এখন বেলেগ কাগজ ব্যৱহাৰ কৰক।

[সূচনা: লিখিত পুনৰ নিৰীক্ষণৰ সময়ত, যিকোনো প্ৰশ্ন উত্তৰ দিবলৈ মাত্ৰ বাইবেল ব্যৱহাৰ কৰিব পাৰে। প্ৰশ্ন কাকত দিয়া অতিৰিক্ত উল্লেখবোৰ আপোনাৰ ব্যক্তিগত অনুসন্ধান বাবে। প্ৰহৰীদূৰ্গ-ৰ সকলোবোৰ অতিৰিক্ত উল্লেখবোৰত হয়তো পৃষ্ঠা আৰু অনুচ্ছেদৰ সংখ্যা নাথা­কিবও পাৰে।]

প্ৰত্যেক নিম্নলিখিত বিৱৰণ শুদ্ধ নে অশুদ্ধ তাৰ উত্তৰ দিয়ক:

১. বাইবেলত উল্লেখ কৰা বিৱৰণসমূহক যিহোৱাই আখৰে-আখৰে লিখোৱা নাছিল। (২ তীম. ৩:১৬) [w৯৭ ৬/১৫ পৃ. ৫ অনু. ৩]

২. পৰিয়ালৰ ঐক্যতা আৰু সন্তানৰ আধ্যাত্মিকৰ উন্নতি মাত্ৰ পিতৃ-মাতৃৰ ওপৰত নিৰ্ভৰ কৰে। (হিতো. ২২:৬) [fy পৃ. ৮৫ অনু. ১৯]

৩. কয়িনে গভীৰ পাপ নকৰাৰ পৰা আতঁৰি থাকিবলৈ কোনো পথ নাছিল কিয়নো পাপ “দুৱাৰ-মুখত খাপ দি” আছিল। (আদি. ৪:⁠৭) [সপ্তাহিক বাইবেল পাঠ; w৯৪ ৬/১৫ পৃ. ১৪ অনু. ১১ চাওঁক।]

৪. যেনেকৈ এজন কিশোৰ বাঢ়ি আহিব, মনোৰঞ্জনৰ বাবে তেওঁ কৰা বাচঁনিৰ স্বাধীনতা আপোনা-আপুনি অহা উচিত। [fy পৃ. ৭৩ অনু. ২০]

৫. আমাৰ সৃষ্টিকৰ্ত্তাক সন্তুষ্ট কৰা অভিলাষে আমাক সকলো সময়ত সত্য কবলৈ প্ৰেৰণা দিয়ে। (হিতো. ৬:১৭) [g৯৭ ২/২২ পৃ. ১৯ অনু. ৪]

৬. প্ৰাৰ্থনাত ‘আমাৰ মুখৰ বাক্য আৰু আমাৰ মনৰ চিন্তা যিহোৱাৰ দৃষ্টিত গ্ৰাহ্য হওঁক,’ সেইবাবে আমি বহু কথাৰে প্ৰাৰ্থনা কৰা উচিত। (গীত. ১৯:১৪) [w৯৭ ৭/১ পৃ. ২৯ অনু. ৪-৫]

৭. আদিপুস্তক ২৬:৫  পদত উল্লেখ কৰা যিহোৱাৰ আজ্ঞা, ব্যৱস্থা আৰু নিয়মবোৰ সেই ব্যৱস্থা-পুস্তকক নিৰ্দ্দে শিত কৰে। [সপ্তাহিক বাইবেল পাঠ; w৯২ ৭/১ পৃ. ১০ অনু. ৮ চাওঁক।]

৮. যেতিয়া যীচুৱে কৈছিল “তোমাৰ বিশ্বাসেই তোমাক ৰক্ষা কৰিলে,” যিদৰে লূক ৮:৪৮ পদত লিপিবদ্ধ কৰা আছে, তেওঁৰ অৰ্থ আছিল যে সেই ৰোগী তিৰোতা গৰাকী আৰোগ্য হোৱাৰ আগতে তাই ঘোষণা কৰা আৱশ্যক আছিল যে তাই যীচুক মচীহৰূপে বিশ্বাস কৰে। [w৯৭ ৭/১ পৃ. ৪ অনু. ২-৪]

৯. বাইবেলৰ বহুতো পদত “পৃথিবী” শব্দটো সাধাৰণতে মানৱজাতি, বা মানৱ সমাজক বুজাইছে, তাৰে ভিতৰত আদিপুস্তক ১১:১ পদটো এটা। [g৯৭ ১/৮ পৃ. ২৭ অনু. ৩]

১০. যদিও দীনা সন্মত নাছিল, তথাপি নিজৰ কুমাৰীত্ব নাশ হোৱাৰ বাবে বেছিভাগে ক্ষেত্ৰতে তাই দায়ী আছিল। (আদি. ৩৪:​১, ২) [সপ্তাহিক বাইবেল পাঠ; w৮৫ ৬/১৫ পৃ. ৩১ অনু. ৪ চাওঁক।]

নিম্নলিখিত প্ৰশ্নৰ উত্তৰ দিয়ক:

১১. আদিপুস্তক ৩:​১-৫ পদত যিদৰে চয়তানে তৰ্ক কৰিছিলে, দৰাচলতে সি কি কব বিচাৰিছিল? [সপ্তাহিক বাইবেল পাঠ; w৯৫ ৭/১৫ পৃ. ৫ অনু. ১ চাওঁক।]

১২. প্ৰকাশিত বাক্য ১৯:১৫ পদত যীচুৰ মুখৰ পৰা ওলোৱা “চোকা তৰোৱাল” কিহক চিত্ৰিত কৰে? [সপ্তাহিক বাইবেল পাঠ; w৯০ ৫/১৫ পৃ. ৪ অনু ৪ চাওঁক।]

১৩. নোহৰ জল-প্লাৱনৰ সমন্ধে মোচিয়ে যি তাৰিখৰ কথা উল্লেখ কৰিছে, তাৰ পৰা কি জনা যায়? [g৯৭ ২/৮ পৃ. ২৬ অনু. ৪]

১৪. অব্ৰাহামে কেনেকৈ “যিহোৱাৰ নাম লৈছিল”? (আদি. ১২:​৮, NW) [সপ্তাহিক বাইবেল পাঠ; w ৭/১ পৃ. ২০ অনু. ৯ চাওঁক।]

১৫. যেতিয়া যিহোৱাই পৌলক কৈছিল: “মোৰ যি অনুগ্ৰহ, সেয়ে তোমালৈ জুৰিব,” এই বাক্যশাৰীৰ অৰ্থ কি আছিল? (২ কৰি. ১২:⁠৯) [w৯৭ ৬/১ পৃ. ২৫ অনু ৩]

১৬. কিহে লোটৰ পত্নীক পিছলৈ ঘুৰি চাবলৈ উৎসাহিত কৰিলে যাৰ বাবে তাই নিমখৰ স্তম্ভলৈ ৰূপান্তৰিত হʼল? (আদি. ১৯:২৬) [সপ্তাহিক বাইবেল অধ্যয়ন; w৯০ ৪/১৫ পৃ. ১৮ অনু. ১০ চাওঁক।]

১৭. চুৰি কৰা বস্তুবোৰক কিনাৰ প্ৰতি খ্ৰীষ্টানসকলৰ দৃষ্টিভঙ্গী কি? (যাত্ৰা. ২২:১; যিৰি. ১৭:১১) [সপ্তাহিক বাইবেল পাঠ; w৯২ ৬/১৫ পৃ. ৩০ অনু. ৩; পৃ. ৩১ অনু. ১, ৬-৭ চাওঁক।]

১৮. আদিপুস্তক ৩৩:১৮ পদৰ অনুসৰি, যাকোবে কেনেকৈ দেখুৱালে যে তেওঁ কনানীয়বিলাকৰ সৈতে মিলা-মিছা কৰাত আগ্ৰহী নহয়? [সপ্তাহিক বাইবেল পাঠ; w৯৫ ৯/১৫ পৃ. ২১ অনু. ৪ চাওঁক।]

১৯. আদিপুস্তক ৩৭:১৩ পদত বৰ্ণনা কৰা যোচেফৰ কাৰ্য্য কেনেকৈ যীচুৰ কাৰ্য্যৰ সৈতে একেই আছিল? [w৮৭ ৫/১ পৃ. ১২ অনু. ১২ চাওঁক।]

২০. যেতিয়া ক্ৰোধ কৰা বিষয়ে প্ৰশ্ন আহে তেতিয়া ঈশ্বৰ আৰু মানুহৰ মাজত কি পাৰ্থক্য থাকে? [g৯৭ ৬/৮ পৃ. ১৯ অনু. ২-৩]

প্ৰত্যেক নিম্নলিখিত উক্তিক পূৰ্ণ কৰিবলৈ আৱশ্যকীয় শব্দ(বোৰ) বা বাক্য দিয়ক:

২১. _________________________ কাৰণ নোহোৱাকৈ কাৰোবাৰ অভিপ্ৰায়ক _________________________ বুলি অভিযোগ কৰা, তেওঁৰ ন্যায় কৰাৰ সমান হয়। [w৯৭ ৫/১৫ পৃ. ২৬ অনু. ৫]

This question is missing in vernacular

২২. ৰহুবিয়াম আৰু এলীৰ উদাহৰণৰ পৰা পিতৃ-মাতৃয়ে এইটো বুজিব পাৰে যে সন্তানসকলক বহু বেছি _________________________ দিয়া বা অধিক _________________________ কৰাৰ পৰিণাম কি হব পাৰে। [fy পৃ. ৮০-৮১ অনু. ৯-​১২]

২৩. ঈশ্বৰীয় _________________________ বিকাশিত কৰা অন্য এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে, _________________________ লোৱা। [w৯৭ ৮/১ পৃ. ৪ অনু. ৫]

২৪. পাপৰ বিষয়ে ৰিপৰ্ট কৰাটো _________________________ , _________________________ , আৰু _________________________ প্ৰতি খ্ৰীষ্টান সিধান্তৰ আধাৰিত প্ৰেম দেখুৱা কাৰ্য্য। [w৯৭ ৮/১৫ পৃ. ৩০ অনু. ২]

প্ৰত্যেক নিম্নলিখিত উক্তিৰ শুদ্ধ উত্তৰ বাচঁনি কৰক:

২৫. (কঠোৰ; ধীৰ, উচিত) অনুশাসন হৈছে নিজৰ সন্তানৰ প্ৰতি পিতৃ-মাতৃয়ে দেখুৱা প্ৰেমৰ এটা প্ৰমাণ। (ইব্ৰী ১২:​৬, ১১) [fy পৃ. ৭২ অনু. ১৮]

২৬. যীচুৱে যোহন ৮:​৩২ পদত (ৰোমীয়া শাসনৰ; অন্ধবিশ্বাসৰ; পাপ আৰু মৃত্যুৰ ) পৰা স্বাধীনতাৰ বিষয়ে কৈছিল। [w৯৭ ২/১ পৃ. ৫ অনু. ১]

This question is missing in vernacular

২৭. আদিপুস্তক ২২:​১৮ পদৰ শেষ পূৰ্ণতাত উল্লেখ কৰা বংশ (ইচহাকক; ইস্ৰায়েলসকলক; যীচু আৰু ১৪৪,০০০ জনক ) সম্বোন্ধিত কৰে। [সপ্তাহিক বাইবেল পাঠ; w৯৮ ২/১ পৃ. ১৪ অনু. ৮ চাওঁক।]

২৮. যোচেফে ব্যভিচাৰৰ প্ৰলোভনত বিৰোধ কৰিবলৈ পাৰিলে কিয়নো তেওঁ (মোচিৰ ব্যৱস্থাক পালন কৰিবলৈ বিচাৰিছিল; ঈশ্বৰক ভয় কৰিছিল সেইবাবে তেওঁক অসন্তুষ্ট কৰিবলৈ নিবিচাৰিছিল আৰু ঈশ্বৰে তেওঁৰ বাবে বাস্তৱিকতা আছিল; দণ্ডৰ বাবে ভয় কৰিছিল)। (আদি. ৩৯:৯) [সপ্তাহিক বাইবেল পাঠ; w৮১ ২/১৫ পৃ. ৭ অনু. ২ চাওঁক।]

নিম্নলিখিত শাস্ত্ৰপদবোৰ তলত থকা তালিকাৰ উক্তিবোৰৰ সৈতে মিলাওঁক:

হিতো. ৫:​৩, ৪; ১৫:২২; ২০:১১; ইফি. ৫:১৯; ২ তীম. ৩:⁠১৬

২৯. পিতৃ-মাতৃৰ বাবে এইটো নিশ্চিত কৰা আৱশ্যক যে তেওঁলোকৰ সন্তানে এক নৈতিক আৰু শুদ্ধ জীৱন-যাপন কৰা গুৰুত্বক সম্পূৰ্ণ হৃদয়েৰে বিশ্বাস কৰে। [fy পৃ. ৬৭ অনু. ৮]

৩০. নিজৰ মনৰ কথাৰ আদন-প্ৰদান কৰাটোৱে হৈছে পিতৃ-মাতৃ আৰু কিশোৰ-কিশোৰীৰ মাজত কথা-বতৰা হোৱাৰ এটা প্ৰধান কাৰণ। [fy পৃ. ৬৫ অনু. ৪]

৩১. মণ্ডলীৰ সভাবোৰত গীত গোৱাক উন্নত কৰা প্ৰধান চাবি হৈছে এক উচিত হৃদয়ৰ মনোভাৱ। [w৯৭ ২/১ পৃ. ২৭ অনু. ৩]

৩২. অনন্ত জীৱন পাবলৈ ঈশ্বৰৰ বাক্য, বাইবেলৰ শিক্ষাক বুজাটো আৱশ্যক। [w৯৭ ৮/১৫ পৃ. ৬ অনু. ৫]

৩৩. অনৈতিকতাৰ প্ৰলোভনৰ পৰা বাচিবলৈ হʼলে আমি চিনাক্ত কৰা আৱশ্যক যে অনৈতিক অভ্যাস কৰাটো ভুল আৰু ইয়াৰ পৰিণাম বিপদজনক আৰু দুখজনক। [fy পৃ. ৯৩ অনু. ৯]

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক