ঘোষণাসমূহ
▪ আলোচনী প্ৰদৰ্শন জুন: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়। জুলাই আৰু আগষ্ট: তলত দিয়া ৩২ পৃষ্ঠাৰ যিকোনো ব্ৰচাৰ ব্যৱহাৰ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিবীত অনন্ত জীৱনৰ আনন্দ লওঁক!, আপুনি ত্ৰিমূৰ্ত্তিক বিশ্বাস কৰা উচিত নে?, যি চৰকাৰে পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কেনেকৈ বিচাৰি পাব?, আৰু যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয়। সকলোৰ বাবে এখন পুস্তক, আমাৰ সমস্যা—এইবোৰক সমাধান কৰিবলৈ কোনে আমাক সহায় কৰিব?, মৃতবিলাকৰ আত্মা—তেওঁলোকে আপোনাক সহায় বা ক্ষতি কৰিব পাৰে নে? তেওঁলোক বাস্তৱতে অস্তিত্বত আছেনে? আৰু কেতিয়াবা এখন যুদ্ধ বিহীন জগত হব নে? এই ব্ৰচাৰবোৰ যʼত উপযুক্ত তাত আগবঢ়াব পাৰে। ছেপ্তেম্বৰ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়।
▪ প্ৰিজাইডিং ওভাৰচিয়াৰ বা তেওঁ নিযুক্ত কৰা কোনো ভাইয়ে জুন ১ তাৰিখে বা যিমান সোনকালে সম্ভৱ হয় মণ্ডলীৰ লেখ পৰীক্ষা কৰা উচিত। যেতিয়া ইয়াক কৰা হয় তেতিয়া পৰৱৰ্তী লেখ ৰিপৰ্ট পঢ়াৰ পাছত ইয়াক ঘোষণা কৰক।
▪ যেতিয়া সংস্থালৈ, প্ৰাপ্তি নোহোৱা, নাটনি হোৱা বা অনিষ্ট হোৱা আলোচনী বা সাহিত্যৰ বাবে লিখা হয়, মণ্ডলীসমূহক ২৮ দিনৰ ভিতৰত সম্পূৰ্ণ বিৱৰণ জনাবলৈ অনুৰোধ কৰা হʼল। যেনে কি বস্তু, ভাষা, কিমান হেৰাল বা ক্ষতি হʼল আৰু পেকেট বা বাকচবোৰ ভাল অৱস্থাত প্ৰাপ্ত হৈছেনে নাই ইত্যাদি। ইয়াৰ দ্বাৰা সংস্থাই ভাল সেৱা উপলব্ধ কৰাবলৈ সহায় হব।
▪ নতুন প্ৰকাশন উপলব্ধ:
নিজে পঢ়িব আৰু লিখিবলৈ উপযোগী হওঁক - ইংৰাজী
এই ৬৪-পৃষ্ঠাৰ ব্ৰচাৰখনক পঢ়িব আৰু লিখিবলৈ শিকক নামৰ পুস্তিকাখনৰ (ra) সলনি উপলব্ধ কৰোৱা হৈছে। এই ব্ৰচাৰখন অগ্ৰগামীসকলৰ বাবে ৮·০০ টকা মূল্যত দিয়া হব, প্ৰচাৰক আৰু ৰাইজৰ বাবে ১২·০০ টকা মূল্যত দিয়া হব।
পৰিয়াল জীৱনৰ আনন্দ লওঁক (ট্ৰেক্ট নং.২১) আৰু বাস্তৱতে কোনে জগতখন শাসন কৰিছে? (ট্ৰেক্ট নং.২২)-উড়িয়া
▪ প্ৰকাশন পুনৰ উপলব্ধ কৰা হʼল:
আলোচনাৰ বাবে বাইবেলৰ বিষয়-তামিল, নেপালী, মালায়ালম।