ঘোষণাসমূহ
▪ আলোচনী বিতৰণ জুলাই আৰু আগষ্ট: তলত দিয়া ৩২ পৃষ্ঠাৰ যিকোনো ব্ৰচাৰ ব্যৱহাৰ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিবীত অনন্ত জীৱনৰ আনন্দ লওঁক!, আপুনি ত্ৰিমূৰ্ত্তিক বিশ্বাস কৰা উচিত নে?, যি চৰকাৰে পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কেনেকৈ বিচাৰি পাব?, আৰু যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয়। সকলোৰ বাবে এখন পুস্তক, আমাৰ সমস্যা—এইবোৰক সমাধান কৰিবলৈ কোনে আমাক সহায় কৰিব?, মৃতবিলাকৰ আত্মা—তেওঁলোকে আপোনাক সহায় বা ক্ষতি কৰিব পাৰে নে? তেওঁলোক বাস্তৱতে অস্তিত্বত আছেনে? আৰু কেতিয়াবা এখন যুদ্ধ বিহীন জগত হব নে? এই ব্ৰচাৰবোৰ যʼত উপযুক্ত তাত আগবঢ়াব পাৰে। ছেপ্তেম্বৰ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়। অক্টোবৰ: প্ৰহৰীদূৰ্গ আৰু সজাগ হোৱা! আলোচনীৰ গ্ৰাহকতা।
▪ ছেপ্তম্বৰ মাহৰ আৰম্ভণিতে চাৰ্কিট ওভাৰচিয়াৰ দ্বাৰা এক জন-ভাষণ যাৰ বিষয় হৈছে “যিহোৱা তেওঁৰ লোকসকলৰ বাবে ‘উচ্চ দুৰ্গস্বৰূপ।’ ”