ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/৯৯ পৃষ্ঠা ৩
  • ঈশ্বৰ-শাসিত বাৰ্তা

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঈশ্বৰ-শাসিত বাৰ্তা
  • ১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
১৯৯৯ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/৯৯ পৃষ্ঠা ৩

ঈশ্বৰ-শাসিত বাৰ্তা

মাৰ্চেল দ্বীপপুঞ্জ: ফেব্ৰুৱাৰী মাহত সৰ্বমূঠ ২০৩ জন প্ৰচাৰকে ৰিপৰ্ট কৰে—এই ৰিপৰ্ট যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহৰ ৰিপৰ্টতৰ সংখ্যতকৈ ৪ শতাংশ বেছি আছিল!

নৰৱে: ফেব্ৰুৱাৰী ১৯৯৯ চনত ৰিপৰ্টৰ অনুসৰি সহযোগী অগ্ৰগামীসকলৰ সংখ্যা ৭২ শতাংশ; নিয়মিত অগ্ৰগামীসকলৰ সংখ্যা ৯ শতাংশ; পুনঃ সাক্ষাৎ সংখ্যা ৪ শতাংশ; আৰু বাইবেল অধ্যয়নৰ সংখ্যা ৬ শতাংশলৈ বৃদ্ধি হয়। কিতাপ আৰু ব্ৰচাৰৰ বিতৰণতো বৃদ্ধি হয়। এই বৃদ্ধি হোৱা সংখ্যাৰ ৰিপৰ্ট যোৱা বছৰ অৰ্থাৎ ১৯৯৮ চনৰ ফেব্ৰুৱাৰী মাহৰ সংখ্যাতকৈ অধিক আছিল।

ৰুমানিয়া: ফেব্ৰুৱাৰী মাহত অগ্ৰগামীৰ সংখ্যাত বৃদ্ধি হয়, অধিক বাইবেল অধ্যয়ন পৰিচলনা কৰা হয় আৰু চূড়ান্তৰূপে বৃদ্ধি হোৱা প্ৰচাৰকৰ সংখ্যা হৈছে ৩৭,৫০২ জন।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক