ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ২/০০ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ২/০০ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ উল্লেখ কৰা মাহৰ বাবে আলোচনী বিতৰণ: ফেব্ৰুৱাৰী: পৰিয়ালৰ সুখৰ ৰহস্য। মাৰ্চ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়। এই কিতাপ খন ব্যৱহাৰ কৰি বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ বিশেষ প্ৰচেষ্টা কৰা হʼব। এপ্ৰিল আৰু মে: প্ৰহৰীদূৰ্গ আৰু সচেতন! আলোচনীৰ একোখনকৈ কপি বিতৰণ কৰক। আগ্ৰহী ব্যক্তিসকলক বিচাৰে ব্ৰচাৰখন দি বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ চেষ্টা কৰক।

▪ চেক্ৰেটেৰী আৰু সেৱা ওভাৰচিয়াৰে সকলো নিয়মীত অগ্ৰগামীসকলৰ কাৰ্য্যত পুনৰ নিৰীক্ষণ কৰা উচিত। যদি কোনো নিয়মীত অগ্ৰগামীয়ে নিৰ্দ্ধাৰিত ঘন্টা সম্পূৰ্ণ কৰাত অসুবিধা হৈছে, তেন্তে প্ৰাচীনসকলে তেওঁলোকৰ সহায়ৰ বাবে ব্যৱস্থা কৰা আৱশ্যক। অধিক জানিবৰ বাবে অক্টোবৰ ১, ১৯৯৮ চনৰ সংস্থাৰ বছেৰেকীয়া S-২০১ চিঠিখনৰ আৰু অক্টোবৰ ১৯৯৬ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যা-ৰ অন্তপত্ৰখনৰ ১২-২০ অনুচ্ছেদটো পুনৰ আলোচনা কৰক।

▪ চন ২০০০, এপ্ৰিল ১৭ তাৰিখৰ পৰা মণ্ডলীৰ পুস্তক অধ্যয়নত দানিয়েলৰ ভৱিষ্যতবাণীৰ প্ৰতি মনোযোগ দিয়ক কিতাপখনৰ অধ্যয়ন কৰা হব।

▪ নতুন প্ৰকাশন উপলব্ধ:

দানিয়েলৰ ভৱিষ্যতবাণীৰ প্ৰতি মনোযোগ দিয়ক!—ইংৰাজী, কানাড়ী, গুজৰাটী, তামিল, পঞ্জাৱী আৰু মালায়ালম।

আল্লাৰ হিদায়তেই হৈছে—আমাক বেহেষ্টলৈ লৈ যোৱা পথ—অসমীয়া, ইংৰীজ, কানাড়ী, তামিল, বঙালী আৰু মালায়ালম।

জীৱন—ইয়াৰ উৎপত্তি কেনেকৈ হʼল? ক্ৰমবিকাশ নে সৃষ্টিৰ দ্বাৰা?—মালায়ালম।

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক