ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৩/০০ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৩/০০ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ মাৰ্চ: মাহত জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায়। বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ এক বিশেষ প্ৰচেষ্টা কৰা হʼব। এপ্ৰিল আৰু মে: প্ৰহৰীদূৰ্গ আৰু সচেতন! আলোচনীৰ একোখনকৈ কপি বিতৰণ কৰক। আগ্ৰহী ব্যক্তিসকলক বিচাৰে ব্ৰচাৰখন দি বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ চেষ্টা কৰক। জুন: ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? নামৰ ব্ৰচাৰখন দি গৃহস্থৰ সৈতে বাইবেল অধ্যয়ন কৰিবলৈ মনোযোগ দিয়ক।

▪ যিসকল প্ৰচাৰকে এপ্ৰিল আৰু মে মাহত সহযোগী অগ্ৰগামী হিচাবে ভাগ লʼব বিচাৰে তেওঁলোকে এতিয়াৰ পৰাই পৰিকল্পনা কৰি অতি শীঘ্ৰেই আৱেদন পত্ৰ জমা দিয়া উচিত। ইয়ে প্ৰাচীনসকলক প্ৰচাৰৰ স্থান, যথেষ্ঠ মাত্ৰাত আলোচনী আৰু অন্য সাহিত্যসমূহক আগতীয়াকৈ আৱশ্যক অনুসৰি প্ৰৱন্ধ কৰিবলৈ সহায় কৰিব। যিসকল প্ৰচাৰকক সহযোগী অগ্ৰগামী কৰিবলৈ অনুমতি দিয়া হৈছে, মণ্ডলীত তেওঁলোকৰ নাম প্ৰত্যেক মাহত ঘোষণা কৰক।

▪ এই মাহত আমাৰ ৰাজ্য পৰিচৰ্য্যা-ত দানিয়েলৰ ভৱিষ্যতবাণীৰ প্ৰতি মনোযোগ দিয়ক! পুস্তকৰ সম্পূৰ্ণ অধ্যয়নৰ তালিক দিয়া হৈছে। আপুনি সেই তালিকখন ফটোকপি কৰি আপোনাৰ নিজৰ কিতাপত লগাই ৰাখিব পাৰে।

▪ প্ৰিজাইডিং ওভাৰচিয়াৰ বা তেওঁৰ দ্বাৰা নিযুক্তি কৰা কোনো ভায়ে মাৰ্চ মাহৰ ১ তাৰিখ বা অতি সোনকালে মণ্ডলীৰ লেখসমূহ হিচাব কৰা উচিত। হিচাবৰ পাছত মণ্ডলীত লেখ ৰিপৰ্ট পঢ়াৰ সময়ত হিচাব-নিকাচসমূহ ঘোষণা কৰা আৱশ্যক।

▪ বুধবাৰ, এপ্ৰিল ১৯, ২০০০ চনত স্মৰণীয় পৰ্ব পালন কৰা হʼব। সেইদিনা যদি আপোনাৰ মণ্ডলীৰ সভা থাকে, তেতিয়াহʼলে যদি ৰাজ্যগৃহত সম্ভৱ হয় সপ্তাহৰ আন এটা দিনত সভা কৰিব পাৰে। যদি আন দিনত সভা কৰাতো অসুবিধা হয় আৰু সেৱা সভাত বাধা উৎপন্ন কৰে তেনেহʼলে আপোনাৰ মণ্ডলীয়ে সেই সভাখনৰ বিষয়বস্তু আন সেৱা সভাত সন্মিলিত কৰিব পাৰে।

▪ যিসকলে ব্যক্তিয়ে মণ্ডলীৰ সৈতে যোগাযোগ কৰি আছে তেওঁলোকৰ প্ৰহৰীদূৰ্গ আৰু সচেতন! আলোচনীৰ নতুন বা পুনৰ অভিধান আৰু ব্যক্তিগত অভিধানৰ বাবে মণ্ডলীৰ জৰিয়তে পঠিয়াব পাৰে।

▪ সংস্থাই প্ৰচাৰকসকলে ব্যক্তিগতভাৱে কৰা আলোচনীৰ নিৱেদন স্বীকাৰ নকৰে। মণ্ডলীয়ে সংস্থালৈ মাহেকীয়া আলোচনীৰ নিৱেদন কৰাৰ আগতে প্ৰিজাইডিং ওভাৰচিয়াৰে প্ৰত্যেক মাহত ঘোষণা কৰিবলৈ ব্যৱস্থা কৰা উচিত যাতে ইচ্ছুক থকা ভাই-ভনীসকলে ব্যক্তিগতভাৱে আলোচনীৰ নিৱেদন সেই ভাইজনক দিব পাৰে যিজনে আলোচনীৰ চোৱা-চিতা কৰে। অনুগ্ৰহ কৰি বিশেষ-অনুৰুধ কৰি নিৱেদন কৰা আলোচনীবোৰৰ কথা মনত ৰখা উচিত।

▪ যোৱা বছৰত ভাৰতৰ “ঈশ্বৰৰ ভৱিষ্যতসূচক বাক্য” জিলা অধিৱেশনত উপস্থিত হোৱা লোকৰ সংখ্যা আছিল ৩০,৪৬২ জন আৰু ২৭ খন বিভিন্ন স্থানত ৮৮১ জনে বাপ্তিস্মা লয়। সেই জিলা অধিৱেশনৰ উপস্থিতিৰ সংখ্যা ১৯৯৮ চনৰ জিলা অধিৱেশনৰ উপস্থিতিৰ সংখ্যাতকৈ ১০ শতাংশ বেছি আছিল।

▪ নতুন প্ৰকাশন উপলদ্ধ:

আলোচনাৰ বাবে বাইবেলৰ বিষয়, আৰু বাইবেলৰ প্ৰথমিক শিক্ষাসমূহ —মিজো ভাষাত

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক