ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৬/০০ পৃষ্ঠা ৩
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০০ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৬/০০ পৃষ্ঠা ৩

ঘোষণাসমূহ

▪ জুন: ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? ব্ৰচাৰখন দিয়ক আৰু বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ মনোযোগ দিয়ক। জুলাই আৰু আগষ্ট: তলত দিয়া ৩২ পৃষ্ঠাৰ যি কোনো ব্ৰচাৰ ব্যৱহাৰ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিৱীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক!, আপুনি ত্ৰিমূৰ্ত্তি বিশ্বাস কৰা উচিত নে?, সেই ঈশ্বৰীয় নাম যি সদায় স্থিৰ থাকিব, সেই চৰকাৰে যি পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কিদৰে পাব পাৰে?, আৰু যেতিয়া কোনো আপোনজনাৰ মৃত্যু হয়। ইয়াৰ ওপৰিও আন ব্ৰচাৰসমূহ হৈছে সকলোৰ বাবে এখন কিতাপ, আমাৰ সমস্যাসমূহ—কোনে ইয়াৰ সমাধান কৰিব?, মৃত্যুবিলাকৰ আত্মা—তেওঁলোকে আমাক সহায় কৰেনে অথবা হানি কৰে? তেওঁলোকে বাস্তৱতে অস্তিত্বত আছেনে?, আৰু কি কেতিয়াবা যুদ্ধ বিহীন সংসাৰ সম্ভৱ হʼবনে? ছেপ্টেম্বৰ: জীৱন—কেনেকৈ উৎপত্তি হʼল? ক্ৰমবিকাশ নে সৃষ্টিৰ দ্বাৰা?

▪ যদি কোনো মণ্ডলীয়ে স্থানীয় ভাষাত হেণ্ডবিলৰ বাবে আৱেদন কৰে, তেতিয়াহʼলে অনুগ্ৰহ কৰি মণ্ডলীৰ নাম আৰু সভাগৃহৰ সম্পূৰ্ণ ঠিকনা, সভাৰ সময় আৰু বিচৰা ভাষা, হেণ্ডবিল ৰিকৱেচ্‌ট্‌ (S(d)-16) আৱেদন পত্ৰত উল্লেখ কৰা বক্সত লিখি পঠিয়াওঁক। কিন্তু এটা কথা মনত ৰখা আৱশ্যক যে আৱেদন পত্ৰখন ভৰ্ত্তি কৰাৰ আগতে সাৱধানে তাত উল্লেখ থকা মনত ৰাখিবলগীয়া বিষয় নামৰ অংশটো পঢ়ি লয় যেন।

▪ মণ্ডলীসমূহে ১৯৯৯ চনৰ পকাবন্ধা প্ৰহৰীদূৰ্গ আৰু সচেতন! (ইংৰাজী) আলোচনীৰ বাবে জুন মাহৰ সাহিত্যৰ আৱেদনৰ সৈতে আৱেদন কৰিব পাৰে। কিয়নো যেতিয়ালৈকে এই আলোচনী বিলাকৰ পকাবন্ধা কৰা খণ্ড উপলব্ধ নহয় তেতিয়ালৈকে আৱেদনসমূহ “স্থগিত” কৰি মণ্ডলীৰ পেকিং লিষ্টত ৰখা হʼব। পকাবন্ধা কৰা আলোচনীবোৰ বিশেষ-আৱেদন দ্বাৰা আৱেদন কৰিব পাৰে।

▪ পুনৰ উপলব্ধ হোৱা আলোচনীসমূহ:

আলোচনাৰ বাবে বাইবেলৰ বিষয় —মালয়ালাম আৰু তামিল

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক