ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ২/০১ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ২/০১ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ উল্লেখ কৰা মাহৰ বাবে আলোচনী বিতৰণ: ফেব্ৰুৱাৰী: জীৱন​—⁠ইয়াত কেনেকৈ আহিল? ক্ৰমবিকাশৰ দ্বাৰা নে সৃষ্টিৰ দ্বাৰা, নিগূঢ় বাক্যসমূহৰ প্ৰকাশ​—⁠এক চৰম অৱস্থাত উপনীত হৈছে! বা মণ্ডলীত উপলব্ধ থকা ১৯২ পৃষ্ঠাৰ পুৰণি কিতাপো আগবঢ়াব পাৰে। মাৰ্চ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় কিতাপখনৰ বিতৰণ। বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ বিশেষভাবে চেষ্টা কৰা হʼব। এপ্ৰিল আৰু মে: প্ৰহৰীদুৰ্গ আৰু সচেতন! আলোচনীৰ বিতৰণ। যি আগ্ৰহী লোকসকলক পুনৰ সাক্ষাত কৰে তেওঁলোকক আলোচনীৰ গ্ৰাহকতা আগবঢ়াব পাৰে। ইয়াৰ ওপৰিও সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল আৰু মোৰ পুস্তক বাইবেলৰ গল্প নামৰ এই দুখন কিতাপ আগবঢ়াব পাৰে।

▪ প্ৰিজাইডিং ওভাৰচিয়াৰ বা তেওঁৰ দ্বাৰা নিযুক্তি কৰা কোনো ভায়ে মাৰ্চ মাহৰ ১ তাৰিখ বা অতি সোনকালে মণ্ডলীৰ লেখসমূহ হিচাপ কৰা উচিত। হিচাপৰ পাছত মণ্ডলীত লেখ ৰিপৰ্ট পঢ়াৰ সময়ত হিচাপ-নিকাচসমূহ ঘোষণা কৰা আৱশ্যক।

▪ চেক্ৰেটেৰী আৰু সেৱা ওভাৰচিয়াৰে সকলো নিয়মীত অগ্ৰগামীসকলৰ কাৰ্য্যত পুনৰ নিৰীক্ষণ কৰা উচিত। যদি কোনো নিয়মিত অগ্ৰগামীয়ে নিৰ্দ্ধাৰিত ঘন্টা সম্পূৰ্ণ কৰাত অসুবিধা হৈছে, তেন্তে প্ৰাচীনসকলে তেওঁলোকক সহায়ৰ বাবে ব্যৱস্থা কৰা আৱশ্যক। অধিক জানিবৰ বাবে সংস্থাৰ বছেৰেকীয়া অক্টোবৰ ১ তাৰিখৰ S-২০১ চিঠিখন আৰু অক্টোবৰ ১৯৮৬ চনৰ আমাৰ ৰাজ্য পৰিচৰ্য্যাʼৰ অন্তপত্ৰখনৰ ১২-২০ অনুচ্ছেদটো পুনৰ আলোচনা কৰক।

▪ নতুন প্ৰকাশন উপলব্ধ:

যিচয়াৰ ভৱিষ্যতবাণী​—⁠সকলো মানৱজাতিৰ বাবে দীপ্তিস্বৰূপ, ভাগ ১ ​—⁠ইংৰাজী আৰু মালয়ালাম

গোটেই শাস্ত্ৰ ঈশ্বৰৰ নিশ্বাসিত আৰু লাভজনক” ​—⁠তামিল

আপুনি কথা কোৱা আৰু শিক্ষা দিয়া দক্ষতাক কেনেকৈ উন্নত কৰিব ​—⁠উৰ্দু

▪ নতুন অডিঅ কেছেট উপলব্ধ:

ৰাজ্য সঙ্গীত, খণ্ড ৯

বৰ্তমান সময়ত সতৰ্ক কৰা উদাহৰণসমূহ (ড্ৰামা, এখন কেছেট) ​—⁠ইংৰাজী

▪ নতুন কম্পেক্ট ডিক্সচ্‌ উপলব্ধ:

ৰাজ্য সঙ্গীত, খণ্ড ৯

প্ৰহৰীদুৰ্গ পুথিভঁৰাল​—⁠১৯৯৯ চনৰ সংস্কৰণ ​—⁠ইংৰাজী

▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:

কুৰুক্ষেত্ৰৰ পৰা আৰমাগিদোনলৈ​—⁠আৰু আপোনাৰ উত্তৰজীৱি —⁠হিন্দী আৰু মালয়ালাম

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক