ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৩/০১ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৩/০১ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ উল্লেখ কৰা মাহৰ বাবে আলোচনী বিতৰণ: মাৰ্চ: জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় কিতাপখনৰ বিতৰণ। বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ বিশেষভাৱে চেষ্টা কৰা হʼব। এপ্ৰিল আৰু মে: প্ৰহৰীদুৰ্গ আৰু সচেতন! আলোচনীৰ বিতৰণ। যি আগ্ৰহী লোকসকলক পুনৰ সাক্ষাত কৰে তেওঁলোকক আলোচনীৰ গ্ৰাহকতা আগবঢ়াব পাৰে। ইয়াৰ ওপৰিও সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল আৰু মোৰ পুস্তক বাইবেলৰ গল্প নামৰ এই দুখন কিতাপ আগবঢ়াব পাৰে। জুন: ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? বা জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় আগবঢ়াই গৃহ বাইবেল অধ্যয়ন কৰিবলৈ চেষ্টা কৰক।

▪ যিসকল প্ৰচাৰকে এপ্ৰিল মাহত সহযোগী অগ্ৰগামী হিচাপে ভাগ লʼব বিচাৰে, তেওঁলোকে এতিয়াৰ পৰাই পৰিকল্পনা কৰি অতি শীঘ্ৰেই আৱেদন পত্ৰ জমা দিয়া উচিত। ইয়ে প্ৰাচীনসকলক প্ৰচাৰৰ স্থান, যথেষ্ঠ মাত্ৰাত আলোচনী আৰু অন্য সাহিত্যসমূহক আগতীয়াকৈ আৱশ্যক অনুসৰি প্ৰৱন্ধ কৰাত সহায় কৰিব। যিসকল প্ৰচাৰকক সহযোগী অগ্ৰগামী কৰিবলৈ অনুমতি দিয়া হৈছে, মণ্ডলীত তেওঁলোকৰ নাম ঘোষণা কৰক।

▪ ২০০১ চনৰ স্মৰণীয় পৰ্ব এপ্ৰিল ৮, দেওবাৰে পালন কৰা হʼব। সেইদিনা প্ৰচাৰ সেৱা সভাৰ বাহিৰে কোনো সভা পৰিচলনা কৰা নহʼব। প্ৰাচীনসকলে অন্যদিনা প্ৰহৰীদুৰ্গ অধ্যয়ন কৰিবলৈ ব্যৱস্থা কৰিব পাৰে।

▪ যিসকল ব্যক্তিয়ে মণ্ডলীৰ সৈতে যোগাযোগ কৰি আছে তেওঁলোকে প্ৰহৰীদুৰ্গ আৰু সচেতন! আলোচনীৰ নতুন বা পুনৰ গ্ৰাহকতা আৰু ব্যক্তিগত গ্ৰাহকতাৰ আৱেদন মণ্ডলীৰ জৰিয়তে পঠিয়াব পাৰে।

▪ সংস্থাই, প্ৰচাৰকসকলে ব্যক্তিগতভাৱে আলোচনী বিচাৰি পঠোৱা আৱেদন পত্ৰ পঠোৱা গ্ৰহণ নকৰে। মণ্ডলীয়ে সংস্থালৈ মাহেকীয়া আলোচনীৰ নিৱেদন কৰাৰ আগতে প্ৰিজাইডিং ওভাৰচিয়াৰে প্ৰত্যেক মাহত ঘোষণা কৰিবলৈ ব্যৱস্থা কৰা উচিত যাতে ইচ্ছুক ভাই-ভনীসকলে ব্যক্তিগতভাৱে আলোচনীৰ নিৱেদন সেই ভাইজনক দিব পাৰে যিজনে আলোচনীৰ চোৱা-চিতা কৰে। অনুগ্ৰহ কৰি বিশেষভাৱে অনুৰোধ কৰি নিৱেদন কৰা আলোচনীবোৰৰ কথা মনত ৰখা উচিত।

▪ পুনৰ উপলব্ধ প্ৰকাশনসমূহ:

আল্লাৰ হিদায়তেই হৈছে​—⁠আমাক বেহেষ্টলৈ লৈ যোৱা ৰাস্তা​—⁠মালয়ালাম, তামিল ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? ​—⁠অসমীয়া, ইংৰাজী, কানাড়ী, গুজৰাটী, তামিল, তেলেগু, নেপালী, পঞ্জাৱী, বঙালী, মালয়ালাম, মাৰাঠী আৰু হিন্দী

▪ ভাৰতত উপলব্ধ নাই:

শাস্ত্ৰপদসমূহত অন্তৰ্দৃষ্টি ​—⁠ইংৰাজী

নিউ ৰ্ৱল্ড ট্ৰান্‌চলেশ্ব্যান্‌ অফ দ্যা হলি স্ক্ৰিপচাৰ (ডিলাক্স পকেট এডিশ্বন; DLbi25)

নিউ ৰ্ৱল্ড ট্ৰান্‌চলেশ্ব্যান্‌ অফ দ্যা হলি স্ক্ৰিপচাৰ (ডিলাক্স; DLbi12 উইথ মাৰজিনেল ৰেফাৰেঞ্চচেচ)

মেনকাইন্ড ছাৰ্চ ফ্‌ৰ গড্‌ ​—⁠ ইংৰাজী

যিহোৱাৰ স্তুতি গীত গোৱা (ডাঙৰ আৰু সৰু আকৰৰ গানৰ কিতাপ) ​—⁠ ইংৰাজী

শাস্ত্ৰপদৰ পৰা বিবেচনা কৰা ​—⁠ ইংৰাজী, তামিল

আমাৰ পৰিচৰ্য্যা সম্পূৰ্ণ কৰিবৰ বাবে সংগঠিত ​—⁠ইংৰাজী, মালয়ালাম আৰু তামিল

মোৰ পুস্তক বাইবেলৰ গল্প, সৰু আকাৰত ​—⁠তামিল

কুৰুক্ষেত্ৰৰ পৰা আৰমাগিদোনলৈ ​—⁠ তামিল, তেলেগু

যেতিয়া আপোনাৰ কোনো প্ৰিয়জনৰ মৃত্যু হয় ​—⁠মালয়ালাম

তেজে আপোনাৰ জীৱন কেনেকৈ বচাব পাৰে? ​—⁠তামিল, মালয়ালাম, হিন্দী

আলোচনাৰ বাবে বাইবেলৰ বিষয় ​—⁠মালয়ালাম

সকলোৰ বাবে এখন কিতাপ ​—⁠তামিল, মালয়ালাম

“চোৱা! মই সকলোকে নতুন কৰো” ​—⁠মালয়ালাম

পৃথিৱীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক! ​—⁠তামিল

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক