ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৫/০১ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৫/০১ পৃষ্ঠা ৭

ঘোষণাসমূহ

▪ উল্লেখ কৰা মাহৰ বাবে আলোচনী বিতৰণ: মে’: প্ৰহৰীদুৰ্গ আৰু সচেতন! পুনৰ সাক্ষাতৰ সময়ত যদি কোনো গৃহস্থই আগ্ৰহ দেখুৱাই, তেন্তে গ্ৰাহকতাৰ বাবে আমন্ত্ৰণ কৰিব পাৰে। ইয়াৰ ওপৰিও সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল বা মোৰ পুস্তক বাইবেলৰ গল্প নামৰ এই দুখন কিতাপ আগবঢ়াব পাৰে। জুন: ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? বা জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় আগবঢ়াই গৃহ বাইবেল অধ্যয়ন কৰিবলৈ চেষ্টা কৰক। জুলাই আৰু আগষ্ট: তলত দিয়া ৩২ পৃষ্ঠাৰ যি কোনো ব্ৰচাৰ ব্যৱহাৰ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিৱীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক!, “চোৱা! মই সকলোবোৰ নতুন কৰি দিছোঁ”, আপুনি ত্ৰিমূৰ্ত্তি বিশ্বাস কৰা উচিত নে?, সেই ঈশ্বৰীয় নাম চিৰকালৰ বাবে স্থিৰ থাকিব, সেই চৰকাৰে যি পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি​—⁠আপুনি ইয়াক কিদৰে পাব পাৰে?, আৰু যেতিয়া কোনো আপোনজনাৰ মৃত্যু হয়। ইয়াৰ ওপৰিও আন ব্ৰচাৰসমূহ হৈছে: সকলোৰ বাবে এখন কিতাপ, আমাৰ সমস্যাসমূহ​—⁠কোনে ইয়াৰ সমাধান কৰিব?, মৃত্যুবিলাকৰ আত্মা​—⁠তেওঁলোকে আমাক সহায় কৰেনে অথবা হানি কৰে? তেওঁলোকে বাস্তৱতে অস্তিত্বত আছেনে?, আৰু কি কেতিয়াবা যুদ্ধ বিহীন সংসাৰ সম্ভৱ হʼবনে? এই ব্ৰচাৰসমূহ আৱশ্যকতাৰ অনুসাৰে বিতৰণ কৰক

▪ প্ৰিজাইডিং ওভাৰচিয়াৰ বা তেওঁ নিযুক্ত কৰা কোনো ভায়ে জুন ১ তাৰিখ বা যিমান সোনকালে সম্ভৱ হয় মণ্ডলীৰ হিছাপ-নিকাচ পৰীক্ষা কৰা উচিত। যেতিয়া ইয়াক কৰা হয় তেতিয়া পৰৱৰ্তী লেখ ৰিপৰ্ট পঢ়াৰ পাছত ইয়াক ঘোষণা কৰক।

▪ জুলাই ৩০, ২০০১ চনৰ পৰা আৰম্ভ হোৱা সপ্তাহৰ পৰা যিচয়াৰ ভৱিষ্যতবাণী​—⁠সকলো মানৱজাতিৰ বাবে দীপ্তি, ভাগ ১ নামৰ কিতাপখন পুস্তক অধ্যয়নৰ বাবে ব্যৱহাৰ কৰা হʼব। মাৰাঠী, নেপালী, আৰু তেলেগু পুস্তক অধ্যয়ন গ্ৰুপসমূহে নবেম্বৰ ৫ তাৰিখলৈকে নিগূঢ় বাক্যসমূহৰ প্ৰকাশ​—⁠এক চৰম অৱস্থাত উপনীত হৈছে! (ৰিভেলেশ্বন ক্লাইমেক্স!) নামৰ পুস্তকখন অধ্যয়নৰ বাবে ব্যৱহাৰ কৰিব।

▪ বৰ্তমান সময়ত সংস্থাৰ ওচৰত কোনো কম্পেক্ট ডিক্স উপলব্ধ নাই, যেনে, ওৱাচ্‌টাৱাৰ লাইব্ৰেৰী​—⁠১৯৯৯ এডিশ্বন অন CD-ROM, CD’ত থকা কিংডম মেলডিজ্‌, চিঙগিং কিংডম চঙচ্‌, আৰু চিং প্ৰেইচেছ টু যিহʼৱা। গতিকে এই সম্পৰ্কে ভৱিষ্যতে কোনো আৱেদন গ্ৰহণ কৰা নহʼব। সেইবাবে স্থগিত (পেনডিং ৰিকুৱেষ্ট) থকা মণ্ডলীৰ আৱেদনসমূহ বাতিল কৰা হৈছে। অনুগ্ৰহ কৰি সংস্থাই সেইবোৰৰ বিষয়ে আমাৰ ৰাজ্য পৰিচৰ্য্যাʼত পুনৰ উপলব্ধ হোৱাৰ বিষয়ে ঘোষণা নকৰালৈকে যেন কোনো আৱেদন নপঠিয়ায়।

▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:

যিহোৱা​—⁠তেওঁ কোন? (ট্ৰেক্ট নং. ২৩)​—⁠ইংৰাজী, কানাড়ী, গুজৰাটী, তামিল, তেলেগু, নেপালী, বঙলা, মাৰাঠী, মালায়ালম, মিজো আৰু হিন্দী

আমাৰ জীৱন কিচমতৰ ওপৰত নিৰ্ধাৰিত নে​—⁠নাইবা আল্লাই আমাৰ জীৱনৰ হিচাপ লয়নে? (ইছলাম ধৰ্ম্মৱলী লোকৰ বাবে) (ট্ৰেক্ট নং ৭১)​—⁠ইংৰাজী, কানাড়ী, তামিল, তেলেগু, মালায়ালম আৰু হিন্দী

এক মহান নাম (ইছলাম ধৰ্ম্মাৱলী লোকৰ বাবে) (ট্ৰেক্ট নং ৭২)​—⁠ইংৰাজী, কানাড়ী, তামিল, তেলেগু, মালায়ালম আৰু হিন্দী

যিহোৱাৰ সাক্ষীসকল কোন? (ইছলাম ধৰ্ম্মাৱলী লোকসকলৰ বাবে) (ট্ৰেক্ট নং ৭৩) ​—⁠ইংৰাজী, কানাড়ী, তামিল, তেলেগু, মালায়ালম আৰু হিন্দী

দোজখ​—⁠আল্লাৰ বিচাৰৰ ভাগ হয়নে? (ইছলাম ধৰ্ম্মাৱলী লোকৰ বাবে) (ট্ৰেক্ট নং ৭৪)​—⁠ইংৰাজী, কানাড়ী, তামিল, তেলেগু, মালায়ালম আৰু হিন্দী

▪ ভাৰতত উপলব্ধ নাই:

ইজ্‌ ডিয়াৰ এ ক্ৰিয়েট্‌ৰ হো কেয়াৰ এবাউট্‌ ইউ?​—⁠ইংৰাজী

থিয়ক্ৰেটিক্‌ মিনিচট্ৰী স্কুল গাইড্‌বুক​—⁠ইংৰাজী

“অল স্ক্ৰিপচাৰ ইজ্‌ ইনচ্‌পায়াৰড অৱ গড্‌ এন্ড বেনিফিচিয়েল্‌”​—⁠ইংৰাজী

ওৱাচ্‌ টাৱাৰ পাব্লিকেশ্বন ইনডেক্স ১৯৩০-১৯৮৫​—⁠ইংৰাজী

মৃত্যুবিলাকৰ আত্মা​—⁠তেওঁলোকে আমাক সহায় কৰেনে অথবা হানি কৰে?​—⁠ইংৰাজী

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক