ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ৭/০১ পৃষ্ঠা ৭
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০১ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ৭/০১ পৃষ্ঠা ৭

ঘোষণাসমূহ

◼ উল্লেখ কৰা মাহৰ বাবে আলোচনী বিতৰণ: জুলাই আৰু আগষ্ট: তলত দিয়া ৩২ পৃষ্ঠাৰ যি কোনো ব্ৰচাৰ ব্যৱহাৰ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিৱীত অনন্ত কাল জীৱনৰ আনন্দ লওঁক!, “চোৱা! মই সকলোবোৰ নতুন কৰি দিছোঁ”, আপুনি ত্ৰিমূৰ্ত্তি বিশ্বাস কৰা উচিত নে?, সেই ঈশ্বৰীয় নাম চিৰকালৰ বাবে স্থিৰ থাকিব, সেই চৰকাৰে যি পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি​—⁠আপুনি ইয়াক কিদৰে পাব পাৰে?, আৰু যেতিয়া কোনো আপোনজনাৰ মৃত্যু হয়। ইয়াৰ ওপৰিও আন ব্ৰচাৰসমূহ হৈছে: সকলোৰ বাবে এখন কিতাপ, আমাৰ সমস্যাসমূহ​—⁠কোনে ইয়াৰ সমাধান কৰিব?, মৃত্যুবিলাকৰ আত্মা—⁠তেওঁলোকে আমাক সহায় কৰেনে অথবা হানি কৰে? তেওঁলোকে বাস্তৱতে অস্তিত্বত আছেনে?, আৰু কি কেতিয়াবা যুদ্ধ বিহীন সংসাৰ সম্ভৱ হʼবনে? এই ব্ৰচাৰসমূহ আৱশ্যকতাৰ অনুসাৰে বিতৰণ কৰক। ছেপ্টেম্বৰ: বিশং শতাব্দীত যিহোৱাৰ সাক্ষীসকল নামৰ ব্ৰচাৰ আৰু জীৱন—কেনেকৈ উৎপত্তি হʼল? ক্ৰমবিকাশৰ নে সৃষ্টিৰ দ্বাৰা? নামৰ কিতাপখন বিতৰণ কৰক। অক্টোবৰ: প্ৰহৰীদুৰ্গ আৰু সচেতন! আলোচনীৰ বিতৰণ। আগ্ৰহী লোকসকলক পুনৰ সাক্ষাৎ কৰি আলোচনী প্ৰবাহ স্থাপন কৰিবলৈ চেষ্টা কৰক। যি ঠাইবিলাকত আলোচনী প্ৰবাহ স্থাপন কৰাটো ব্যৱহাৰিক নহয়, তেনে ক্ষেত্ৰত গৃহস্থক গ্ৰাহকতাৰ বাবে অনুৰোধ কৰিব পাৰে।

◼ ছেপ্টেম্বৰ মাহৰ আৰম্ভণীৰ পৰা চাৰ্কিট ওভাৰচিয়াসকলে এক ৰাজহুৱা ভাষণ প্ৰস্তুত কৰিব যাৰ বিষয় হৈছে, “সত্য খ্ৰীষ্টানসকলে ঈশ্বৰীয় শিক্ষাক কেনেকৈ শোভিত কৰি তুলে।”

◼ নতুন প্ৰকাশন উপলব্ধ:

জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় ​—⁠মিজো

◼ পুনৰ উপলব্ধ হোৱা আলোচনীসমূহ:

সুখী পৰিয়ালৰ ৰহস্য ​—⁠হিন্দী

দানিয়েলৰ ভৱিষ্যতবাণী প্ৰতি মনোযোগ দিয়ক! ​—⁠পঞ্জাবী

ঈশ্বৰে আমাৰ পৰা কি বিচাৰে? ​—⁠চিন্ধী

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক