ঘোষণাসমূহ
▪ উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। মে’: সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল। অন্যথা বিকল্পৰূপে আপুনি বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন, বাইবেল—ঈশ্বৰৰ বাক্য নে মানুহৰ?, যুৱক-যুৱতীসকলে কৰা প্ৰশ্নৰ—ব্যৱহাৰিক উত্তৰ বা আপুনি পৰমদেশীয় পৃথিৱীত অনন্ত কাল জীয়াই থাকিব পাৰে, এই কিতাপবোৰ বিতৰণ কৰিব পাৰে। যদি মণ্ডলীত এই কিতাপবোৰ উপলব্ধ নাই আৰু ওচৰৰ কোনো মণ্ডলীত এই কিতাপবোৰ যথেষ্টমাত্ৰাত আছে, তেনেহʼলে তেওঁলোকৰ পৰা বিচাৰি সেইবোৰৰ ব্যৱহাৰ কৰিব পাৰে। জুন: জ্ঞান কিতাপ বা বিচাৰে ব্ৰচাৰখন বিতৰণ কৰক। যদি গৃহস্থৰ ওচৰত ইতিমধ্যেই এই প্ৰকাশনবোৰ আছে তেন্তে মণ্ডলীত উপলব্ধ থকা যি কোনো উপযুক্ত ব্ৰচাৰ দিব পাৰে। জুলাই আৰু আগষ্ট: তলত দিয়া যিকোনো ৩২ পৃষ্ঠাৰ ব্ৰচাৰসমূহ বিতৰণ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিবীত অনন্ত জীৱনৰ আনন্দ লওঁক!, “চোৱা, মই সকলোকে নতুন কৰোঁ,” আপুনি ত্ৰিমূৰ্ত্তিক বিশ্বাস কৰাটো উচিত নে?, সেই ঈশ্বৰীয় নাম চিৰকাললৈ থাকিব, যি চৰকাৰে পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কেনেকৈ বিচাৰি পাব? আৰু যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয়।
▪ পৰিচালক অধ্যক্ষ বা তেওঁ নিযুক্ত কৰা কোনো ভায়ে জুন ১ তাৰিখ বা যিমান সোনকালে সম্ভৱ হয় মণ্ডলীৰ হিচাপ-নিকাচ পৰীক্ষা কৰা উচিত। যেতিয়া ইয়াক কৰা হয় তেতিয়া পৰৱৰ্তী লেখ ৰিপৰ্ট পঢ়াৰ পিছত সেই বিষয়ে ঘোষণা কৰক।
▪ নতুন প্ৰকাশন উপলব্ধ:
ই জগতখন ৰক্ষা পাব নে? (ট্ৰেক্ট নং. ১৯) —মিজো
বিষাদগ্ৰস্ত লোকলৈ শান্ত্বনা (ট্ৰেক্ট নং. ২০) —মিজো
বাস্তৱতে কোনে জগতখনক শাসন কৰিছে? (ট্ৰেক্ট নং. ২২) — মিজো
▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:
আপুনি কিয় বাইবেলখন বিশ্বাস কৰিব পাৰে (ট্ৰেক্ট নং. ১৩) —বঙালী
যিহোৱাৰ সাক্ষীসকলে কি বিশ্বাস কৰে? (ট্ৰেক্ট নং. ১৪) —বঙালী
শান্তিপূৰ্ণ নতুন জগতত জীৱন (ট্ৰেক্ট নং. ১৫) —ইংৰাজী, উৰ্দু, কোংকনী (ৰোমান লিপি), গুজৰাটী, নেৱাৰী, বঙালী, মিজো
মৃত আপোনজনাৰ বাবে কি আশা? (ট্ৰেক্ট নং. ১৬) —অসমীয়া, বঙালী, মিজো
এই জগতখন ৰক্ষা পাব নে? (ট্ৰেক্ট নং. ১৯) —মাৰাঠী
বিষাদগ্ৰস্ত লোকলৈ শান্ত্বনা (ট্ৰেক্ট নং. ২০) —উৰিয়া
বাস্তৱতে কোনে জগতখনক শাসন কৰিছে? (ট্ৰেক্ট নং. ২২) —ইংৰাজী, উৰিয়া, কানাড়ী, তামিল, নেপালী, বঙালী, মাৰাঠী, হিন্দী
যিহোৱা—তেওঁ কোন? (ট্ৰেক্ট নং. ২৩) —ইংৰাজী, কানাড়ী, তামিল, তেলেগু, নেপালী, বঙালী, মাৰাঠী, মালয়ালাম, হিন্দী
আপোনাৰ প্ৰাণ অমৰনে? (ট্ৰেক্ট নং. ২৫) —ইংৰাজী, তামিল, মিজো
বাইবেলখনৰ বিষয়ে আপুনি অধিক জানিবলৈ বিচাৰেনে? (ট্ৰেক্ট নং. ২৬) —ইংৰাজী, কানাড়ী, তেলেগু, পঞ্জাবী, বঙালী, মাৰাঠী, মালয়ালাম, মিজো, হিন্দী
আল্লাই আমাৰ জীৱনৰ হিচাপ লয়নে—নতুবা আমাৰ জীৱন কিচমতৰ ওপৰত নিৰ্ধাৰিত? (মুছলমান ব্যক্তিসকলৰ বাবে) (ট্ৰেক্ট নং. ৭১) —ইংৰাজী, তামিল, মালয়ালাম
এক মহান নাম (মুছলমান ব্যক্তিসকলৰ বাবে) (ট্ৰেক্ট নং. ৭২) —ইংৰাজী, কানাড়ী, তামিল, তেলেগু, মালয়ালাম
যিহোৱাৰ সাক্ষীসকল কোন হয়? (মুছলমান ব্যক্তিসকলৰ বাবে) (ট্ৰেক্ট নং. ৭৩) —ইংৰাজী, তামিল, মালয়ালাম
দোজখ আল্লাৰ বিচাৰৰ ভাগ হয়নে? (মুছলমান ব্যক্তিসকলৰ বাবে) (ট্ৰেক্ট নং. ৭৪) —ইংৰাজী, কানাড়ী, তামিল, মালয়ালাম
ফিৰদৌচৰ ৰাস্তা কেনেকৈ তালাচ কৰিব (মুছলমান ব্যক্তিসকলৰ বাবে) —ইংৰাজী, কানাড়ী, নেপালী, মাৰাঠী, মালয়ালাম
আল্লাৰ হিদায়তেই হৈছে আমাক বেহেষ্টলৈ লৈ যোৱা ৰাস্তা —উৰ্দু