ঘোষণাসমূহ
▪ উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। জুলাই আৰু আগষ্ট: তলত দিয়া যিকোনো ৩২ পৃষ্ঠাৰ ব্ৰচাৰসমূহ বিতৰণ কৰিব পাৰে: বাস্তৱতে ঈশ্বৰে আমাৰ বাবে চিন্তা কৰেনে?, পৃথিবীত অনন্ত জীৱনৰ আনন্দ লওঁক!, “চোৱা, মই সকলোকে নতুন কৰোঁ,” আপুনি ত্ৰিমূৰ্ত্তিক বিশ্বাস কৰাটো উচিত নে?, সেই ঈশ্বৰীয় নাম চিৰকাললৈ থাকিব, যি চৰকাৰে পৰমদেশ আনিব, যেতিয়া আমাৰ মৃত্যু হয় তেতিয়া আমালৈ কি ঘটে?, জীৱনৰ উদ্দেশ্য কি—আপুনি ইয়াক কেনেকৈ বিচাৰি পাব? আৰু যেতিয়া আপোনাৰ কোনো আপোনজনাৰ মৃত্যু হয়। যʼত উপযুক্ত সেই ঠাইবোৰত হয়তো এই ব্ৰচাৰসমূহ বিতৰণ কৰিব পাৰে, সকলো মানুহৰ বাবে এখন কিতাপ, এক সন্তুষ্টিদায়ক জীৱন কেনেকৈ লাভ কৰিব পাৰি, আমাৰ সমস্যাবোৰক সমাধান কৰাত কোনে সহায় কৰিব? মৃতবিলাকৰ আত্মাই আমাক কোনো সহায় কৰেনে নতুবা হানি কৰে? বাস্তৱতে সেইবোৰ অস্তিত্বত আছেনে? আৰু এক যুদ্ধবিহীন সংসাৰ সম্ভৱ নে? ছেপ্টেম্বৰ: “তোমাৰ ৰাজ্য হওক” বা এই জীৱনকালেই সকলো নে? অথবা ১৯৮৮ চনত ছপা কৰা ১৯২ পৃষ্ঠাৰ যিকোনো সৰু কিতাপ যিবোৰৰ কাগজ হালধীয়া পৰিছে নতুবা বিবৰ্ণ হৈছে। অক্টোবৰ: প্ৰহৰীবুৰুজ আৰু সচেতন! আলোচনীৰ বিতৰণ কৰক। যʼত লোকসকলে আগ্ৰহকতা দেখুৱাই তেওঁলোকক বিচাৰে ব্ৰচাৰখন দিয়ক আৰু বাইবেল অধ্যয়ন আৰম্ভ কৰিবলৈ বিশেষ চেষ্টা কৰক।
▪ ছেপ্টম্বৰ মাহৰ আৰম্ভণিৰ লগে লগে পৰিব্ৰাজক অধ্যক্ষই এটা ৰাজহুৱা ভাষণ দিব, যাৰ বিষয় হৈছে “সত্য ঈশ্বৰলৈ কিয় সশ্ৰদ্ধ ভয় বিকাশিত কৰা উচিত?
▪ নতুন প্ৰকাশন উপলব্ধ:
একমাত্ৰ সত্য ঈশ্বৰক উপসনা কৰা—ইংৰাজী, তামিল, মালয়ালাম, মিজো, বঙালী, হিন্দী
ঈশ্বৰৰ কাষ চাপা —ইংৰাজী
যিহোৱাৰ সাক্ষীসকল আৰু শিক্ষানুস্থান—কানাড়ী
যিহোৱাৰ সাক্ষীসকল—তেওঁলোক কোন? তেওঁলোকে কি বিশ্বাস কৰে?—অসমীয়া, ইংৰাজী, কানাড়ী, তামিল, তেলেগু, নেপালী, বঙালী, মালয়ালাম, মিজো
▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:
বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন—ইংৰাজী