ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • km ১১/০৩ পৃষ্ঠা ৩
  • ঘোষণাসমূহ

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • ঘোষণাসমূহ
  • ২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
২০০৩ আমাৰ ৰাজ্য পৰিচৰ্য্যা
km ১১/০৩ পৃষ্ঠা ৩

ঘোষণাসমূহ

▪ উল্লেখ কৰা মাহৰ বাবে প্ৰকাশনসমূহ বিতৰণ। নবেম্বৰ: জ্ঞান কিতাপ আৰু বিচাৰে ব্ৰচাৰখন বিতৰণ কৰক। যিসকল গৃহস্থক এই প্ৰকাশনসমূহ ইতিমধ্যেই দিয়া হৈছে তেওঁলোকক ঈশ্বৰক উপাসনা নামৰ কিতপখন অথবা কোনো পুৰণি প্ৰকাশন আগবঢ়াব পাৰে। ডিচেম্বৰ: সৰ্বশ্ৰেষ্ঠ মানৱ যিজন কেতিয়াবা জীৱিত আছিল। বিতৰণ কৰা বিকল্প সাহিত্যসমূহ হৈছে বাইবেল কাহিনীৰে ভৰা মোৰ কিতাপখন, বাইবেল—ঈশ্বৰৰ বাক্য নে মানুহৰ? বা আপুনি পৰমদেশীয় পৃথিৱীত অনন্ত কাল জীয়াই থাকিব পাৰে। জানুৱাৰী: ১৯৮৮ চনৰ পূৰ্বে প্ৰকাশিত হোৱা যিকোনো কিতাপ যদি মণ্ডলীৰ ষ্টকত আছে তেন্তে বিতৰণ কৰক। যদি নাই তেন্তে পুৰণি প্ৰকাশনসমূহ উপলব্ধ থকা ওচৰৰ কোনো মণ্ডলীৰ সৈতে যোগাযোগ কৰিব পাৰে। যিবোৰ মণ্ডলীত পুৰণি প্ৰকাশনসমূহ নাই তেওঁলোকে পৰিয়ালৰ সুখৰ ৰহস্য বা যুৱক-যুৱতীসকলে কৰা প্ৰশ্নৰ​—⁠ব্যৱহাৰিক উত্তৰ নামৰ কিতাপখন বিতৰণ কৰিব পাৰে। ফেব্ৰুৱাৰী: ঈশ্বৰৰ কাষ চাপা। যদি এই কিতাপখন মণ্ডলীত উপলব্ধ নাই তেনেহʼলে আপুনি হয়তো জীৱন​—⁠কেনেকৈ উৎপত্তি হʼল? ক্ৰমবিকাশৰ নে সৃষ্টিৰ দ্বাৰা? অথবা নিগূঢ় বাক্যসমূহৰ প্ৰকাশ​—⁠এক চৰম অৱস্থাত উপনীত হৈছে! কিতাপখনক বিকল্পৰূপে বিতৰণ কৰিব পাৰে।

▪ মণ্ডলীৰ পৰিচালক অধ্যক্ষ বা তেওঁৰ দ্বাৰা নিযুক্তি কৰা কোনো ভায়ে ডিচেম্বৰ মাহৰ ১ তাৰিখ বা যিমান সোনকালে সম্ভৱ হয় মণ্ডলীৰ লেখসমূহ হিচাপ কৰা উচিত। হিচাপৰ পাছত মণ্ডলীত লেখ ৰিপৰ্ট পঢ়াৰ সময়ত হিচাপ-নিকাচসমূহ ঘোষণা কৰা আৱশ্যক।

▪ মণ্ডলীসমূহে তেওঁলোকৰ লাইব্ৰেৰীৰ আৱশ্যকতাসমূহ পূৰণ কৰাৰ পিছতো সীমিত সংখ্যাত ২০০১ চনৰ ৱাচ্‌টাৱাৰ পাব্লিকেশ্বন ইনডেক্স ইংৰাজী ভাষাত উপলব্ধ আছে। গতিকে যিসকল প্ৰকাশকে এই ইনডেক্সʼখন লাভ কৰিব বিচাৰে তেওঁলোকে মণ্ডলীৰ যোগেদি নিজৰ আৱেদন পঠিয়াই যেন।

▪ শাখা কাৰ্য্যালয়ে মণ্ডলীসমূহৰ পৰা পোৱা আৱেদনসমূহ প্ৰত্যেক মাহে এইদৰে পঠিওয়া হʼব: প্ৰথম সপ্তাহত কৰ্ণাটক আৰু তামিলনাডুত থকা মণ্ডলীসমূহলৈ; দ্বিতীয় সপ্তাহত অন্ধ্ৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰত থকা মণ্ডলীসমূহলৈ; তৃতীয় সপ্তাহত কেৰেলাত থকা মণ্ডলীসমূহলৈ; আৰু চতুৰ্থ সপ্তহাত ভাৰতৰ আন আন ৰাজ্যত থকা মণ্ডলীসমূহলৈ। এতেকে সাহিত্য নিৰ্দেশকে (বা সেৱকে) তেওঁলোকৰ মণ্ডলীলৈ সাহিত্য প্ৰেৰণ কৰা নিৰ্ধাৰিত সপ্তাহৰ পূৰ্বেই শাখা কাৰ্য্যালয়লৈ সাহিত্য নিৱেদন পঠোৱা আৱশ্যক।

▪ ২০০২ চনৰ ৱাচ্‌টাৱাৰ পাব্লিকেশ্বন ইনডেক্স ইংৰাজী ভাষাত উপলব্ধ আছে। প্ৰত্যেকখন মণ্ডলীয়ে তেওঁলোকৰ লাইব্ৰেৰীৰ বাবে সাহিত্য আৱেদন ফৰ্মʼত “Cong. Use” বুলি উল্লেখ থকা স্থানতেহে লিখি পঠোৱা আৱশ্যক।

▪ নতুন প্ৰকাশন উপলব্ধ:

ৱাচ্‌টাৱাৰ পাব্লিকেশ্বন ইনডেক্স ২০০২ ​—⁠ইংৰাজী

একমাত্ৰ সত্য ঈশ্বৰক উপাসনা কৰা ​—⁠কানাড়া, তেলেগু

▪ পুনৰ উপলব্ধ হোৱা প্ৰকাশনসমূহ:

এনে এজন ঈশ্বৰ আছেনে যিজনে আপোনাৰ বাবে চিন্তা কৰে? ​—⁠ইংৰাজী

জীৱন​—⁠কেনেকৈ উৎপত্তি হʼল? ক্ৰমবিকাশৰ নে সৃষ্টিৰ দ্বাৰা? (সৰু আকাৰত) ​—⁠ইংৰাজী

জ্ঞান যি অনন্ত জীৱনলৈ লৈ যায় ​—⁠নেপালী, বাংলা

নিজেই পঢ়িব লিখিব শিকক ​—⁠ইংৰাজী

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক