ঈশ্বৰৰ ৰাজ্য কি হয়?
© 2020 Watch Tower Bible and Tract Society of Pennsylvania
এই আলোচনীখন বিক্ৰীৰ বাবে নহয়। এই আলোচনীখন গোটেই বিশ্বজুৰি হৈ থকা বাইবেল আধাৰিত শিক্ষাৰ এক ভাগ আৰু স্ব-ইচ্ছাৰে দিয়া বৰঙণিৰ দ্বাৰা এই কাৰ্য্য চলোৱা হয়। যদি আপুনি দান-বৰঙণি দিব বিচাৰে, তেনেহʼলে donate.jw.org লৈ যাওক। ইয়াত উল্লেখ কৰা শাস্ত্ৰীয় পদসমূহ অসমীয়া ভাষাৰ পবিত্ৰ বাইবেলৰপৰা (o.v.) লোৱা হৈছে। কিন্তু যিবোৰ শাস্ত্ৰপদৰ পাছত NW আছে, সেইবোৰ নিউ ৱৰ্ল্ড ট্ৰানচলেশ্ব্যান্ অৱ দ্য হলি স্ক্ৰিপশ্বাৰচ্ নামৰ ইংৰাজী বাইবেলৰপৰা অনুবাদ কৰা হৈছে। বাইবেলৰ কিছুমান শব্দ জোৰ দিবলৈ হেলনীয়াকৈ লিখা হৈছে।
প্ৰহৰীদুৰ্গৰ আলোচনীখনৰ উদ্দেশ্য হৈছে, ই সকলোকে এই বাৰ্ত্তা দিয়ে যে যিহোৱাই হৈছে সকলো বস্তুৰ সৃষ্টিকৰ্ত্তা আৰু গোটেই বিশ্বত শাসন কৰিবলৈ একমাত্ৰ তেওঁৰহে অধিকাৰ আছে। আলোচনীখনে গোটেই জগতত শুভবাৰ্ত্তা দিয়ে যে ঈশ্বৰে অতি সোনকালে এই দুষ্ট জগতক ধ্বংস কৰি পৃথিৱীখনক এক সুন্দৰ পৰমদেশলৈ ৰূপান্তৰিত কৰিব, যʼত সকলোৱে আনন্দ আৰু নিৰ্ভয়ে বাস কৰিব। আলোচনীখনে এইটোও কৈছে যে যীচু খ্ৰীষ্টত বিশ্বাস কৰাটো অতি আৱশ্যক, কিয়নো তেওঁ নিজৰ বলিদানৰ যোগেদি সকলো মানৱজাতিৰ বাবে অনন্ত জীৱনৰ পথ মুকলি কৰিলে আৰু বৰ্তমান সময়ত তেওঁ হৈছে ঈশ্বৰৰ দ্বাৰা নিযুক্ত কৰা একমাত্ৰ ৰজা। এই আলোচনীখন ৰাজনৈতিক বা তাৰ সৈতে জড়িত থকা কোনো বিষয়ৰ লগত সম্পৰ্ক নাই। যিহোৱাৰ সাক্ষীসকলে ১৮৭৯ চনৰ পৰা এই প্ৰহৰীদুৰ্গ আলোচনীখন একেৰাহে প্ৰকাশ কৰি আহিছে। তদুপৰি, বাইবেলখন হৈছে যুক্তিসঙ্গত সংবাদসমূহৰ ভাণ্ডাৰ আৰু এই আলোচনীখন সেই সংবাদসমূহৰ সৈতে নিবিড়ভাৱে জড়িত আছে।