জানুৱাৰী ২৫-৩১
ইজ্ৰা ৬-১০
গীত ১০ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“স্ব-ইচ্ছাৰে সেৱা কৰা লোকক যিহোৱাই বিচাৰে”: (১০ মি.)
ইজ্ৰা ৭:১০—ইজ্ৰাই নিজৰ হৃদয়ক প্ৰস্তুত কৰিছিল
ইজ্ৰা ৭:১২-২৮—যিৰূচালেমলৈ পুনৰ যাবলৈ ইজ্ৰাই সাজু হৈছিল
ইজ্ৰা ৮:২১-২৩—যিহোৱাই নিজৰ সেৱকসকলক সুৰক্ষা দিব বুলি ইজ্ৰাই বিশ্বাস কৰিছিল
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
ইজ্ৰা ৯:১, ২—“নানা দেশীয় এই জাতিবিলাকৰ” লগত বিয়া-বাৰু কৰাটো কিমান বিপদজনক আছিল? (w০৬-E ১/১৫ ২০ ¶১)
ইজ্ৰা ১০:৩—লʼৰা-ছোৱালীবিলাকক পত্নীসকলৰ লগত কিয় পঠিয়াই দিয়া হৈছিল? (w০৬-E ১/১৫ ২০ ¶২)
এই সপ্তাহৰ বাইবেল পাঠে মোক যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিবলৈ সহায় কৰিলে?
মই এই সপ্তাহৰ বাইবেল পাঠৰপৰা কি বিষয় ঘোষণা কাৰ্য্যত ব্যৱহাৰ কৰিব পাৰোঁ?
বাইবেল পাঠ: ইজ্ৰা ৭:১৮-২৮ (৪ মি. বা কম)
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (২ মি. বা কম) ভাল খবৰ ব্ৰচাৰখনৰ ৮ অধ্যায়ৰ প্ৰথম প্ৰশ্নৰ, প্ৰথম অনুচ্ছেদৰপৰা প্ৰস্তুত কৰক। পুনৰ সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক।
পুনৰ সাক্ষাৎ: (৪ মি. বা কম) ভাল খবৰ ব্ৰচাৰখনক গ্ৰহণ কৰা লোকক কেনেকৈ পুনৰ সাক্ষাৎ কৰিব পাৰি, তাৰ বাবে ৮ অধ্যায়ৰ প্ৰথম প্ৰশ্নৰ, প্ৰথম অনুচ্ছেদৰপৰা এটা প্ৰদৰ্শন কৰক। পৰৱৰ্তী সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক।
বাইবেল অধ্যয়ন: (৬ মি. বা কম) ভাল খবৰ ব্ৰচাৰখনৰ ৮ অধ্যায়ৰ দ্বিতীয় প্ৰশ্নটো ব্যৱহাৰ কৰি এটা বাইবেল অধ্যয়নৰ প্ৰদৰ্শন কৰক।
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
গীত ১
“ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—পুনৰ সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক”: (৭ মি.) আলোচনা। জানুৱাৰী মাহৰ দক্ষতা ভিডিঅʼখন দেখুৱাওক। ভাল খবৰ ব্ৰচাৰখন প্ৰস্তুত কৰাৰ পাছত কেনেকৈ প্ৰচাৰকসকলে পুনৰ সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তুলিছে, তাৰ বিষয়ে আলোচনা কৰক। T-35 ট্ৰেক্টখন প্ৰস্তুত কৰাৰ পাছত, কেনেকৈ পুনৰ সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তুলিব পাৰে তাৰ বাবে প্ৰদৰ্শন কৰক।
স্থানীয় প্ৰয়োজনীয়তা: (৮ মি.)
মণ্ডলীৰ বাইবেল অধ্যয়ন: bh অতিৰিক্ত লেখ পৃ. ১৯৫-১৯৭ (৩০ মি.)
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ২ আৰু প্ৰাৰ্থনা