ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb17 ছেপ্টেম্বৰ পৃষ্ঠা ৪
  • চেপ্টেম্বৰ ১১-১৭

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • চেপ্টেম্বৰ ১১-১৭
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
mwb17 ছেপ্টেম্বৰ পৃষ্ঠা ৪

চেপ্টেম্বৰ ১১-১৭

যিহিষ্কেল ৪৬-৪৮

  • গীত ৫৫ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “পুনৰস্থাপন হোৱা ইস্ৰায়েলীসকলে আশীৰ্ব্বাদ লাভ কৰিব”: (১০ মি.)

    • যিহি ৪৭:১, ৭-১২—পুনৰস্থাপন হোৱা ঠাইখনত ফল-মূল ধৰা গছ-গছনি উৎপন্ন হʼব (w৯৯-E ৩/১ ১০ ¶১১-১২)

    • যিহি ৪৭:১৩, ১৪—প্ৰতিটো পৰিয়ালে উত্তৰাধিকাৰীৰূপে ভূমিৰ অংশ লাভ কৰিব (w৯৯-E ৩/১ ১০ ¶১০)

    • যিহি ৪৮:৯, ১০—লোকসকলৰ মাজত ভূমিৰ ভাগ-বতৰা কৰাৰ আগতে, এক বিশেষ অংশ যিহোৱা ঈশ্বৰক “উপহাৰ” দিয়াৰ বাবে বেলেগে ৰখা হʼব

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • যিহি ৪৭: ১, ৮; ৪৮:৩০, ৩২-৩৪—বন্দী অৱস্থাত থকা যিহুদীসকলে, যিহিষ্কেলে দেখা মন্দিৰৰ দৰ্শনৰ সকলো বিষয় আখৰে আখৰে পূৰ হʼব বুলি কিয় আশা কৰা নাছিল? (w৯৯-E ৩/১ ১১ ¶১৪)

    • যিহি ৪৭:৬—যিহিষ্কেলক কিয় “মনুষ্য-সন্তান” বুলি কোৱা হৈছিল? (it-২-E ১০০১)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) যিহি ৪৮:১৩-২২

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) T-37 ট্ৰেক্ট—পুনৰ সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক।

  • পুনৰ সাক্ষাৎ: (৪ মি. বা কম) T-37 ট্ৰেক্ট—প্ৰথম সাক্ষাতৰ সময়ত গৃহস্থক এই ট্ৰেক্টখন দিয়া হৈছিল। পুনৰ সাক্ষাৎ কেনেকৈ কৰা হয়, তাক প্ৰদৰ্শন কৰি দেখুৱাওক আৰু বাইবেল অধ্যয়নৰ বাবে ব্যৱহাৰ হোৱা কোনো এখন প্ৰকাশনৰ বিষয়ে বৰ্ণনা কৰক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) bh ৩৪ ¶১৭—বিদ্যাৰ্থীজনক সভাৰ বাবে নিমন্ত্ৰণ কৰক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ২৮

  • স্থানীয় প্ৰয়োজনীয়তা: (৮ মি.) যদি বিচাৰে, তেনেহʼলে ২০১৭ চনৰ বাৰ্ষিক পুস্তকখনৰ (ইংৰাজী) পৃষ্ঠা ৬৪-৬৫-ৰপৰা শিকা কথাবোৰ আলোচনা কৰিব পাৰে।

  • সংগঠনে লাভ কৰা সফলতা: (৭ মি.) ছেপ্টেম্বৰ মাহৰ সংগঠনে লাভ কৰা সফলতা ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) যিহোৱাৰ কাষ চাপক অধ্যায় ২৫ ¶১-৮

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ২ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক