ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb17 ছেপ্টেম্বৰ পৃষ্ঠা ৫
  • চেপ্টেম্বৰ ১৮-২৪

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • চেপ্টেম্বৰ ১৮-২৪
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
mwb17 ছেপ্টেম্বৰ পৃষ্ঠা ৫

চেপ্টেম্বৰ ১৮-২৪

দানিয়েল ১-৩

  • গীত ৩৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যিহোৱা ঈশ্বৰৰ বিশ্বাসী হৈ থাকক আৰু আশীৰ্ব্বাদ লাভ কৰক”: (১০ মি.)

    • [দানিয়েল কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

    • দানি ৩:১৬-২০—ঈশ্বৰৰ বিৰুদ্ধে কাৰ্য্য কৰিবলৈ দানিয়েলৰ বন্ধুকেইজনৰ ওপৰত চাপ অহাৰ সত্ত্বেও তেওঁলোক স্থিৰে আছিল (w১৫-E ৭/১৫ ২৫ ¶১৫-১৬)

    • দানি ৩:২৬-২৯—তেওঁলোকে বিশ্বাসী হৈ থকাৰ বাবে যিহোৱা ঈশ্বৰৰ নাম গৌৰৱান্বিত হৈছিল আৰু তেওঁলোকে আশীৰ্ব্বাদ লাভ কৰিছিল (w১৩-E ১/১৫ ১০ ¶১৩)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • দানি ১:৫, ৮—দানিয়েল আৰু তেওঁৰ তিনিজন বন্ধুৱে কিয় এই মীমাংসাত উপনিত হৈছিল যে ৰজাৰ ঘৰৰপৰা আগবঢ়োৱা উত্তম আহাৰ খালে তেওঁলোকে অশুচি হʼব? (it-২-E ৩৮২)

    • দানি ২:৪৪—চৰকাৰবোৰক চিত্ৰিত কৰা মূৰ্ত্তিটোক ঈশ্বৰৰ ৰাজ্যই কিয় বিনাশ কৰিব? (w১২-E ৬/১৫ ১৭, বক্স; w০১-E ১০/১৫ ৬ ¶৪)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) দানি ২:৩১-৪৩

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) যিচ ৪০:২২—সত্য শিকাওক—পুনৰ সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক।

  • পুনৰ সাক্ষাৎ: (৪ মি. বা কম) ৰোম ১৫:৪—সত্য শিকাওক—প্ৰথম সাক্ষাতৰ সময়ত হোৱা আলোচনা আগবঢ়াই নিয়ক। JW.ORG কাৰ্ডখন দিয়ক।

  • ভাষণ: (৬ মি. বা কম) w১৭.০২-E ২৯-৩০—বিষয়: আমি কিমান চাপ সহন কৰিব পাৰিম, তাৰ বিষয়ে যিহোৱা ঈশ্বৰে আগতেই থিৰাং কৰে আৰু সেই অনুসৰি আমাৰ ওপৰত দুখ-কষ্ট আহিবলৈ অনুমতি দিয়ে নেকি?

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৮

  • “প্ৰলোভনৰ সময়ত বিশ্বাসী হৈ থাকক”: (৮ মি.) আলোচনা।

  • “পৰিয়ালৰ কোনো এজন সদস্যক বহিষ্কাৰ কৰাৰ সময়ত বিশ্বাসী হৈ থাকক”: (৭ মি.) আলোচনা।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) যিহোৱাৰ কাষ চাপক অধ্যায় ২৫ ¶৯-১৬

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক