ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb17 অক্টোবৰ পৃষ্ঠা ২
  • অক্টোবৰ ২-৮

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অক্টোবৰ ২-৮
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
mwb17 অক্টোবৰ পৃষ্ঠা ২

অক্টোবৰ ২-৮

দানিয়েল ৭-৯

  • গীত ৪৩ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “মচীহৰ উপস্থিতিৰ বিষয়ে দানিয়েলে কৰা ভৱিষ্যতবাণী”: (১০ মি.)

    • দানি ৯:২৪—মচীহৰ বলিদানৰ বাবে পাপৰপৰা ক্ষমা পোৱাৰ বাট মুকলি হয় (it-২-E ৯০২ ¶২)

    • দানি ৯:২৫—মচীহ ৬৯ সপ্তাহৰ অন্তত উপস্থিত হৈছিল (it-২-E ৯০০ ¶৭)

    • দানি ৯:২৬, ২৭ক—সত্তৰ সপ্তাহৰ মাজ ভাগত মচীহক বধ কৰা হৈছিল (it-২-E ৯০১ ¶২, ৫)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • দানি ৯:২৪—“মহাপবিত্ৰস্থান” কেতিয়া অভিষেক কৰা হৈছিল? (w০১-E ৫/১৫ ২৭)

    • দানি ৯:২৭—সত্তৰ সপ্তাহৰ অন্তলৈকে অথবা ৩৬ খ্ৰীষ্টাব্দলৈকে বহুতোলোকৰ বাবে কি নিয়ম বাহাল ৰখা হৈছিল? (w০৭-E ৯/১ ২০ ¶৪)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) দানি ৭:১-১০

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • এই মাহৰ প্ৰদৰ্শন প্ৰস্ত্তত কৰক: (১৫ মি.) “প্ৰদৰ্শনৰ বাবে আৰ্হি” আলোচনা। প্ৰকাশন আগবঢ়োৱা ভিডিঅ’ দেখুৱাওক। প্ৰতিটো ভিডিঅ’ দেখুৱাৰ পাছত ইয়াৰ মূল বিষয়বোৰ আলোচনা কৰক। কোনো পলম নকৰাকৈ আগ্ৰহী লোকসকলক সাক্ষাৎ কৰিবলৈ প্ৰচাৰকসকলক উৎসাহিত কৰক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৪০

  • “গভীৰভাৱে শাস্ত্ৰ কেনেকৈ অধ্যয়ন কৰিব পাৰি?”: (১৫ মি.) আলোচনা। ঈশ্বৰৰ বাক্যত ৰত্ন অনুসন্ধান কৰিবলৈ কিছুমান সহায় নামৰ ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) যিহোৱাৰ কাষ চাপক অধ্যায় ২৬ ¶১-৯

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৩৫ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক