ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb17 নৱেম্বৰ পৃষ্ঠা ৪
  • নবেম্বৰ ১৩-১৯

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নবেম্বৰ ১৩-১৯
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
mwb17 নৱেম্বৰ পৃষ্ঠা ৪

নবেম্বৰ ১৩-১৯

ওবদিয়া ১–যোনা ৪

  • গীত ৪২ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “নিজৰ ভুলৰপৰা শিকক”: (১০ মি.)

    • [ওবদিয়া কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

    • [যোনা কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

    • যোনা ৩:১-৩—যোনাই নিজৰ ভুলৰপৰা শিক্ষা লাভ কৰে (ia-E ১১৪ ¶২২-২৩)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • ওব ১০—ইদোমক কেনেকৈ “চিৰকাললৈকে উচ্ছন্ন” কৰা হৈছিল? (w০৭-E ১১/১ ১৩ ¶৫)

    • ওব ১২—ঈশ্বৰে ইদোমক যি দণ্ডাজ্ঞা দিছিল, তাৰপৰা আমি কি শিকিব পাৰোঁ? (jd-E ১১২ ¶৪-৫)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) যোনা ৩:​১-১০

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) T-৩২ ট্ৰেক্টখনৰ শেষৰ পৃষ্ঠা—পুনৰ সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক।

  • পুনৰ সাক্ষাৎ: (৪ মি. বা কম) T-৩২ ট্ৰেক্ট—প্ৰথম সাক্ষাতৰ সময়ত গৃহস্থক এই ট্ৰেক্টখন দিয়া হৈছিল। পুনৰ সাক্ষাৎ কেনেকৈ কৰা হয়, তাক প্ৰদৰ্শন কৰি দেখুৱাওক আৰু বাইবেল অধ্যয়নৰ বাবে ব্যৱহাৰ হোৱা কোনো এখন প্ৰকাশনৰ বিষয়ে বৰ্ণনা কৰক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) ld ১২-১৩—আপুনি যিকোনো ছবিৰপৰা আলোচনা কৰিব পাৰে।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৩৭

  • “যোনাৰ কিতাপৰপৰা শিক্ষা”: (১৫ মি.) পাৰিবাৰিক উপাসনা: যোনা—যিহোৱাৰপৰা দয়াৰ শিক্ষা ভিডিঅʼখন দেখুৱাওক আৰু লেখটো আলোচনা কৰক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) যিহোৱাৰ কাষ চাপক অধ্যায় ২৮ ¶১-৯

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১৮ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক