ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb17 নৱেম্বৰ পৃষ্ঠা ৫
  • নবেম্বৰ ২০-২৬

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নবেম্বৰ ২০-২৬
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৭
mwb17 নৱেম্বৰ পৃষ্ঠা ৫

নবেম্বৰ ২০-২৬

মীখা ১-৭

  • গীত ২৬ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যিহোৱা ঈশ্বৰে আমাৰপৰা কি বিচাৰে?”: (১০ মি.)

    • [মীখা কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]

    • মীখা ৬:৬, ৭—যদি আমি আনৰ লগত ভাল ব্যৱহাৰ নকৰোঁ, তেনেহʼলে যিহোৱালৈ আগবঢ়োৱা বলিদানৰ কোনো মূল্য নাথাকিব (w০৮-E ৫/১৫ ৬ ¶২০)

    • মীখা ৬:৮—যিহোৱা ঈশ্বৰে আমাৰপৰা বেছি আশা নকৰে (w১২-E ১১/১ ২২ ¶৪-৭)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • মীখা ২:১২—এই ভৱিষ্যতবাণী কেনেকৈ পূৰ হৈছিল? (w০৭-E ১১/১ ১৫ ¶৬)

    • মীখা ৭:৭—আমি কিয় যিহোৱাৰ দিনলৈ “বাট” চোৱা উচিত? (w০৩ ৮/১ ৩০-৩১ ¶২০)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) মীখা ৪:​১-১০

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) গীত ৮৩:১৮—সত্য শিকাওক। পুনৰ সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক।

  • পুনৰ সাক্ষাৎ: (৪ মি. বা কম) যাত্ৰা ৩:১৪—সত্য শিকাওক। পৰৱৰ্তী সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) bh ১২৩-১২৪ ¶২০-২১.

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ২৭

  • স্থানীয় প্ৰয়োজনীয়তা: (৬ মি.)

  • আমি উদাৰ মনৰ হোৱাটো যিহোৱা ঈশ্বৰে বিচাৰে (হিতো. ৩:২৭): (৯ মি.) ভিডিঅʼখন দেখুৱাওক

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) যিহোৱাৰ কাষ চাপক অধ্যায় ২৮ ¶১০-১৭

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৫১ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক