ডিচেম্বৰ ৪-১০
চফনিয়া ১–হগ্গয় ২
গীত ৯ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“যিহোৱাৰ ক্ৰোধৰ দিন উপস্থিত হোৱাৰ আগেয়ে তেওঁক বিচাৰা”: (১০ মি.)
[চফনিয়া কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]
চফ ২:২, ৩—যিহোৱাক বিচাৰক, ধাৰ্ম্মিকতা বিচাৰক, নম্ৰতা বিচাৰক (w০১ ২/১ ২৩ ¶৫-৭)
[হগ্গয় কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
চফ ১:৮—এই পদত কি সতৰ্কবাণী দিয়া হৈছে? (w০৭-E ১১/১৫ ১১ ¶৩)
হগ্গ ২:৯—জৰুব্বাবিলৰ মন্দিৰৰ সৌন্দৰ্য্যতা কেনেকৈ চলোমনৰ মন্দিৰতকৈ বেছি আছিল? (w০৭-E ১২/১ ৯ ¶৩)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) হগ্গ ২:১-১৪
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
এই মাহৰ প্ৰদৰ্শন প্ৰস্তুত কৰক: (১৫ মি.) “প্ৰদৰ্শনৰ বাবে আৰ্হি” আলোচনা। প্ৰকাশন আগবঢ়োৱা ভিডিঅ’ দেখুৱাওক। প্ৰতিটো ভিডিঅ’ দেখুৱাৰ পাছত ইয়াৰ মূল বিষয়বোৰ আলোচনা কৰক।
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
স্থানীয় প্ৰয়োজনীয়তা: (৫ মি.)
শুদ্ধ ভাষাই শান্তি আৰু একতা বজাই ৰাখে (চফ ৩:৯): (১০ মি.) ২০১২ চনৰ ১৫ আগষ্ট প্ৰহৰীবুৰুজ (ইংৰাজী) পৃষ্ঠা ১২, অনুচ্ছেদ ৪ আধাৰত আলোচনা। শত্ৰু হৈ পৰিল বন্ধু নামৰ ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) যিহোৱাৰ কাষ চাপক অধ্যায় ২৯ ¶১-১০
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ৫ আৰু প্ৰাৰ্থনা