ডিচেম্বৰ ১১-১৭
জখৰিয়া ১-৮
গীত ৫৩ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“‘এজন যিহূদী লোকৰ কাপোৰৰ আঁচল ধৰিব’”: (১০ মি.)
[জখৰিয়া কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]
জখ ৮:২০-২২—জাতিবিলাকৰ মাজৰ আটাই ভাষা কʼব পৰা লোকসকলে যিহোৱাৰ অনুগ্ৰহ বিচাৰে (w১৪-E ১১/১৫ ২৭ ¶১৪)
জখ ৮:২৩—এই পৃথিৱীৰ বাবে আশা থকা লোকসকলে আনন্দেৰে বাকী থকা অভিষিক্ত লোকসকলক সহায় আগবঢ়ায় (w১৬.০১-E ২৩ ¶৪; w০৯-E ২/১৫ ২৭ ¶১৪)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
জখ ৫:৬-১১—চাৰিওফালে হৈ থকা দুষ্টতা দেখি বৰ্তমান সময়ত আমাৰ দায়িত্ব কি? (w১৭.১০-E ২৫ ¶১৮)
জখ ৬:১—দুখন পিতলৰ পৰ্ব্বতে কিহক চিত্ৰিত কৰে? (w১৭.১০-E ২৭-২৮ ¶৭-৮)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) জখ ৮:১৪-২৩
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (২ মি. বা কম) T-37 ট্ৰেক্ট (প্ৰথম প্ৰদৰ্শন)—পুনৰ সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক।
পুনৰ সাক্ষাৎ: (৪ মি. বা কম) T-37 ট্ৰেক্ট (প্ৰথম প্ৰদৰ্শন)—প্ৰথম সাক্ষাতৰ সময়ত গৃহস্থক এই ট্ৰেক্টখন দিয়া হৈছিল। পুনৰ সাক্ষাৎ কেনেকৈ কৰা হয়, তাক প্ৰদৰ্শন কৰি দেখুৱাওক আৰু পৰৱৰ্তী সাক্ষাতৰ বাবে ভিত্তিমূল গঢ়ি তোলক।
বাইবেল অধ্যয়ন: (৬ মি. বা কম) ভাল খবৰ পাঠ ৫ অনু ১-২.
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“ঘোষণা কাৰ্য্যত আমাৰ দক্ষতাৰ উন্নতি কৰা—প্ৰচাৰ এলেকাত সকলোৰে লগত কথা-বতৰা হওক”: (১৫ মি.) আলোচনা। “পৃথিবীৰ সীমালৈকে” ঘোষণা কৰা হৈছে ভিডিঅʼখন দেখুৱাওক।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) যিহোৱাৰ কাষ চাপক অধ্যায় ২৯ ¶১১-১৫
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ২১ আৰু প্ৰাৰ্থনা