ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 জানুৱাৰী পৃষ্ঠা ৬
  • জানুৱাৰী ২২-২৮

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জানুৱাৰী ২২-২৮
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 জানুৱাৰী পৃষ্ঠা ৬

জানুৱাৰী ২২-২৮

মথি ৮-৯

  • গীত ২৫ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যীচুৱে লোকসকলক প্ৰেম কৰিছিল”: (১০ মি.)

    • মথি ৮:১-৩—এজন কুষ্ঠ ৰোগীৰ প্ৰতি দয়া দেখুৱাত যীচুৱে এক বিৰল উদাহৰণ ৰাখিছে (“তেওঁ হাত মেলি তাক চুই,” “মই ইচ্ছা কৰিছোঁ” মথি ৮:৩ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ৯:৯-১৩—আনে তুচ্ছজ্ঞান কৰা লোকসকলৰ প্ৰতি যীচুৱে প্ৰেম দেখুৱাইছিল (“ভোজন কৰিবলৈ বহোঁতে,” “কৰতোলা” মথি ৯:১০ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ৯:৩৫-৩৮—ভাগৰি যোৱাৰ সত্ত্বেও, প্ৰেম থকাৰ বাবে যীচুৱে লোকসকলক শুভবাৰ্ত্তা ঘোষণা কৰিছিল। ঘোষণা কাৰ্য্য কৰাৰ বাবে লোকসকলক পঠিয়াবলৈ ঈশ্বৰলৈ প্ৰাৰ্থনা কৰিছিল (“মৰম লাগিল” মথি ৯:৩৬ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • মথি ৮:৮-১০—যীচু আৰু সেনাপতিজনৰ মাজত হোৱা কথা-বতৰাৰপৰা আমি কি শিকিব পাৰোঁ? (w০২ ৮/১ ২২ ¶১৬)

    • মথি ৯:১৬, ১৭—যীচুৱে এই দুটা দৃষ্টান্তৰ যোগেদি কি বুজাব বিচাৰিছিল? (jy-E ৭০ ¶৬)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) মথি ৮:১-১৭

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। গৃহস্থক সভাৰ বাবে নিমন্ত্ৰণ জনাওক।

  • তৃতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) নিজাকৈ এটা শাস্ত্ৰপদ নিৰ্ব্বাচন কৰক আৰু অধ্যয়নৰ বাবে ব্যৱহাৰ হোৱা এখন প্ৰকাশন আগবঢ়াওক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) bh ৪৪ ¶১৮-১৯

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১৯

  • ‘ঈশ্বৰে তেওঁক প্ৰভু আৰু খ্ৰীষ্ট পাতিলে’—ভাগ ১, এক আভাস: (১৫ মি.) আলোচনা। মথি ৯:১৮-২৫ পঢ়ক আৰু ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

    • অসুস্থ তিৰোতাগৰাকী আৰু যায়ীৰ প্ৰতি যীচুৱে কেনে সহানুভূতি দেখুৱাইছিল?

    • এই ঘটনাবোৰ লক্ষ্য কৰিলে, ঈশ্বৰৰ ৰাজ্যৰ লগত জড়িত থকা বাইবেলৰ ভৱিষ্যতবাণীবোৰৰ প্ৰতি আপুনি কেনে দৃষ্টিভংগী ৰাখে?

    • যীচু খ্ৰীষ্টই যিদৰে লোকসকলক প্ৰেম কৰিছিল, আমি কেনেকৈ তেওঁৰ উদাহৰণ অনুকৰণ কৰিব পাৰোঁ?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) যিহোৱাৰ কাষ চাপক অধ্যায়  ৩১ ¶১৩-২০

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১৩ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক