ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 জানুৱাৰী পৃষ্ঠা ৭
  • জানুৱাৰী ২৯–ফেব্ৰুৱাৰী ৪

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • জানুৱাৰী ২৯–ফেব্ৰুৱাৰী ৪
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 জানুৱাৰী পৃষ্ঠা ৭

জানুৱাৰী ২৯–ফেব্ৰুৱাৰী ৪

মথি ১০-১১

  • গীত ২২ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যীচুৱে লোকসকলক জিৰণি দিছিল”: (১০ মি.)

    • মথি ১০:২৯, ৩০—যীচুৱে আশ্বাস দিছিল যে যিহোৱা ঈশ্বৰে প্ৰতিজন লোকৰ যত্ন লয় (“ঘৰ-চিৰিকা,” “এপইচালৈ নেবেচে,” “তোমালোকৰ মূৰৰ আটাইবোৰ চুলিও গণা হৈছে” মথি ১০:২৯, ৩০ পদৰ ওপৰত অধ্যয়নৰ টোকা আৰু ‘ঘৰ-চিৰিকাৰ’ ভিডিঅ’, nwtsty)

    • মথি ১১:২৮—যিহোৱা ঈশ্বৰৰ সেৱা কৰিলে আমি জিৰণি পাম (“ভাৰাক্ৰান্ত,” “মই তোমালোকক জিৰণি দিম” মথি ১১:২৮ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ১১:২৯, ৩০—যীচুৰ অধীনত থাকি, তেওঁৰ পথত চলিলে আমি জিৰণি পাম (“তোমালোকৰ ওপৰত মোৰ যুৱলি লোৱা” মথি ১১:২৯ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • মথি ১১:২, ৩—যোহন বাপ্তাইজকে এই প্ৰশ্ন কিয় কৰিছিল? (jy-E ৯৬ ¶২-৩)

    • মথি ১১:১৬-১৯—এই পদবোৰৰ অৰ্থ কি? (jy-E ৯৮ ¶১-২)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) মথি ১১:১-১৯

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিত চাওক।

  • তৃতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) নিজাকৈ এটা শাস্ত্ৰপদ নিৰ্ব্বাচন কৰক আৰু পৰৱৰ্তী সাক্ষাতৰ বাবে এটা প্ৰশ্ন কৰক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) bh ৪২-৪৩ ¶১৫-১৬—গৃহস্থক সভাৰ বাবে নিমন্ত্ৰণ জনাওক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ২০

  • “পৰিশ্ৰান্ত আৰু ভাৰাক্ৰান্ত” লোকসকলক জিৰণি দিয়া: (১৫ মি.) ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰ আলোচনা কৰক:

    • অলপতে হোৱা কোনবোৰ ঘটনাৰ বাবে কিছুমান লোকক সান্ত্বনা দিয়াৰ প্ৰয়োজন হৈ পৰিল?

    • যিহোৱা ঈশ্বৰ আৰু যীচুৱে সংগঠনৰ যোগেদি কেনেকৈ সান্ত্বনা দিয়ে?

    • পবিত্ৰ শাস্ত্ৰ বাইবেলে কেনেকৈ সান্ত্বনা আগবঢ়ায়?

    • আমি এজনে-আনজনক কেনেকৈ সান্ত্বনা দিব পাৰোঁ?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) যিহোৱাৰ কাষ চাপক অধ্যায় ৩১ ¶২১-২৩ আৰু “ধ্যানৰ বাবে প্ৰশ্ন” নামৰ বক্স

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ২৪ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক