ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 এপ্ৰিল পৃষ্ঠা ৩
  • এপ্ৰিল ৯-১৫

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • এপ্ৰিল ৯-১৫
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 এপ্ৰিল পৃষ্ঠা ৩

এপ্ৰিল ৯-১৫

মথি ২৭-২৮

  • গীত ১৭ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যোৱা আৰু শিষ্য বনোৱা—কিয়, কʼত আৰু কেনেকৈ?”: (১০ মি.)

    • মথি ২৮:১৮—বহুলভাৱে শাসন কৰাৰ অধিকাৰ যীচুৰ আছে (w০৪ ৭/১ ১৯ ¶৪)

    • মথি ২৮:১৯—গোটেই পৃথিৱীত ঘোষণা কাৰ্য্য কৰা আৰু শিক্ষা দিয়াৰ অভিযানত অংশগ্ৰহণ কৰিবলৈ যীচুৱে নিমন্ত্ৰণ কৰিছিল (“শিষ্য কৰি,” “সকলো জাতিকে” মথি ২৮:১৯ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ২৮:২০—যীচুৰ শিক্ষা নিজৰ জীৱনত পালন কৰিবলৈ আমি লোকসকলক সহায় কৰা উচিত (“তেওঁলোকক শিক্ষা দিয়া” মথি ২৮:২০ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • মথি ২৭:৫১—আঁৰকাপোৰ ফাটি দুছিটা হোৱাটোৱে কি চিত্ৰিত কৰে? (“আঁৰকাপোৰ,” “মন্দিৰ” মথি ২৭:৫১ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • মথি ২৮:৭—যীচুৰ মৃতদেহ ৰখা গুহালৈ অহা তিৰোতাকেইগৰাকীক যিহোৱাৰ স্বৰ্গদূতে কেনেকৈ সন্মান দেখুৱাইছিল? (“তেওঁৰ শিষ্যবিলাকক এই কথা কোৱাগৈ যে, তেওঁ মৃতবিলাকৰ মাজৰ পৰা উঠিল” মথি ২৮:৭ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) মথি ২৭:৩৮-৫৪

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।

  • প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • ভাষণ: (৬ মি. বা কম) g১৭.২-HI ১৪—বিষয়: যীচুৰ মৃত্যু ক্ৰুচত হৈছিল নেকি?

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৪৪

  • “ঘোষণা কৰা আৰু শিক্ষা দিয়া—শিষ্য বনোৱাৰ বাবে অতি প্ৰয়োজন”: (১৫ মি.) আলোচনা। বিষয়টোৰ ওপৰত আলোচনা কৰাৰ সময়ত ‘প্ৰচাৰ কৰিবলৈ নেৰিব’—সুযোগ বিচাৰি আৰু ঘৰে ঘৰে আৰু ‘প্ৰচাৰ কৰিবলৈ নেৰিব’—ৰাজহুৱাভাৱে আৰু শিষ্য বনোৱা নামৰ ভিডিঅ’ দুখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ৬ ¶১-৪

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ১৪ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক