ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 মে’ পৃষ্ঠা ২
  • মে’ ৭-১৩

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • মে’ ৭-১৩
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 মে’ পৃষ্ঠা ২

মে’ ৭-১৩

মাৰ্ক ৭-৮

  • গীত ৫ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “নিজৰ ক্ৰুচ তুলি লৈ মোৰ পাছে পাছে আহক”: (১০ মি.)

    • মাৰ্ক ৮:৩৪—খ্ৰীষ্টক অনুকৰণ কৰাৰ বাবে আমি নিজকে দমন কৰা উচিত (“নিজকে নিজে দমন কৰক” মাৰ্ক ৮:৩৪ পদৰ ওপৰত অধ্যয়নৰ টোকা, nwtsty; w৯২-HI ১১/১ ১৭ ¶১৪)

    • মাৰ্ক ৮:৩৫-৩৭—যীচুৱে এনে দুটা বিষয় তুলি ধৰিছিল, যিয়ে আমাক গুৰুত্বপূৰ্ণ বিষয়বোৰ নিজৰ জীৱনত প্ৰথমস্থান দিবলৈ সহায় কৰে (w০৮-HI ১০/১৫ ২৫-২৬ ¶৩-৪)

    • মাৰ্ক ৮:৩৮—খ্ৰীষ্টক অনুকৰণ কৰিবলৈ সাহসৰ প্ৰয়োজন ( jy-E ১৪৩ ¶৪)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • মাৰ্ক ৭:৫-৮—ফৰীচীসকলৰ বাবে হাত ধোৱা কথাটো কিয় এক গুৰুত্বপূৰ্ণ বিষয় আছিল? (w১৬.০৮-HI ৩০ ¶১-৪)

    • মাৰ্ক ৭:৩২-৩৫—যীচুৱে এজন কাণেৰে শুনিব নোৱাৰা ব্যক্তিৰ লগত যিদৰে ব্যৱহাৰ কৰিছিল, তাৰপৰা আমি কি শিকিব পাৰোঁ? (w০০-HI ২/১৫ ১৭-১৮ ¶৯-১১)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) মাৰ্ক ৭:১-১৫

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) বাইবেলে শিকায় ১৫৭-১৫৮ ¶৯-১০

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৭

  • স্থানীয় প্ৰয়োজনীয়তা: (৫ মি.)

  • “খ্ৰীষ্টক অনুকৰণ কৰিবলৈ নিজৰ সন্তানক শিক্ষা দিয়ক”: (১০ মি.) আলোচনা।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ৮ ¶১-৩

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৩৫ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক