ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 মে’ পৃষ্ঠা ৩
  • খ্ৰীষ্টক অনুকৰণ কৰিবলৈ নিজৰ সন্তানক শিক্ষা দিয়ক

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • খ্ৰীষ্টক অনুকৰণ কৰিবলৈ নিজৰ সন্তানক শিক্ষা দিয়ক
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
  • মিল থকা বিষয়
  • বাপ্তিষ্মা হৈছে এক ডাঙৰ লক্ষ্য!
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • পিতৃ-মাতৃসকল—লʼৰা-ছোৱালীক যিহোৱাক প্ৰেম কৰিবলৈ শিকাওক
    প্ৰহৰীদুৰ্গ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰে (অধ্যয়ন)—২০২২
  • পিতৃ-মাতৃ আৰু লৰা-ছোৱালীয়ে কেনেকৈ আনন্দত থাকিব পাৰে?
    দুখ-কষ্ট নথকা এক অনন্ত জীৱন!—ঈশ্বৰৰপৰা শিক্ষা লওক
  • আমাৰ সন্তানবোৰ হৈছে এক বহুমূলীয়া উপহাৰ
    ২০০৫ প্ৰহৰীবুৰুজ যিহোৱাৰ ৰাজ্যৰ ঘোষণা কৰা
আৰু চাওক
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 মে’ পৃষ্ঠা ৩
এজন ল’ৰাই বাতমা লৈছ

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

খ্ৰীষ্টক অনুকৰণ কৰিবলৈ নিজৰ সন্তানক শিক্ষা দিয়ক

যেতিয়া সন্তানে নিজকে ‘দমন কৰি নিজৰ ক্ৰুচ তুলি লৈ’ যীচুক অনুকৰণ কৰে, তেতিয়া পিতৃ-মাতৃয়ে যি আনন্দ লাভ কৰে, তাক আৰু কোনো বস্তুৱে দিব নোৱাৰে। (মাৰ্ক ৮:৩৪; ৩যোহ ৪) খ্ৰীষ্টক অনুকৰণ কৰিবলৈ, নিজৰ জীৱন যিহোৱা ঈশ্বৰক সমৰ্পণ কৰিবলৈ আৰু বাপ্তিষ্মা লʼবলৈ পিতৃ-মাতৃয়ে নিজৰ লʼৰা-ছোৱালীক কেনেকৈ সহায় কৰিব পাৰে? লʼৰা-ছোৱালীয়ে বাপ্তিষ্মা লোৱাৰ বাবে সাজু আছে নে নাই, তাক কেনেকৈ জানিব পাৰি?

যোৱা, সকলোকে শিষ্য কৰি, বাতাইজ কৰা

‘যোৱা, সকলোকে শিষ্য কৰি, বাপ্তাইজ কৰা’ পুস্তিকাখনৰ পৃষ্ঠা ৪-৫-ত বৰ্ণনা কৰা “খ্ৰীষ্টান পিতৃ-মাতৃৰ বাবে কিছু কথা” লেখটো পঢ়ক আৰু তলৰ প্ৰশ্নবোৰ বিবেচনা কৰক:

  1. ১. শিষ্য বুলিলে কি বুজায়?

  2. ২. পিতৃ-মাতৃয়ে লʼৰা-ছোৱালীক কি শিক্ষা দিয়া উচিত?

  3. ৩. লʼৰা-ছোৱালীয়ে নিজৰ বয়স অনুসৰি, তলত উল্লেখ কৰা শাস্ত্ৰপদবোৰ কেনেকৈ প্ৰয়োগ কৰি বাপ্তিষ্মাৰ বাবে যোগ্য হʼব পাৰে?

    • কল ৩:২০

    • লূক ২:৪৬

    • গীত ১২২:১

    • মথি ৪:৪

    • মথি ৬:৩৩

    • ১কৰি ১৫:৩৩

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক