ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 আগষ্ট পৃষ্ঠা ৪
  • আগষ্ট ১৩-১৯

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আগষ্ট ১৩-১৯
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 আগষ্ট পৃষ্ঠা ৪

আগষ্ট ১৩-১৯

লূক ১৯-২০

  • গীত ১৫০ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “দহ মিনা ৰূপৰ দৃষ্টান্তৰপৰা শিক্ষা”: (১০ মি.)

    • লূক ১৯:১২, ১৩—“এজন ভদ্ৰবংশীয় মানুহে” উভতি নহালৈকে বেপাৰ কৰিবলৈ নিজৰ দাসসকলক কয় ( jy-E ২৩২ ¶২-৪)

    • লূক ১৯:১৬-১৯—বিশ্বাসী দাসসকলৰ বেলেগ বেলেগ দক্ষতা আছিল, কিন্তু প্ৰতিজনে একোটাকৈ পুৰস্কাৰ লাভ কৰিছিল ( jy-E ২৩২ ¶৭)

    • লূক ১৯:২০-২৪—কাম কৰিবলৈ নিবিচৰা দুষ্ট এলেহুৱা দাসজনে সকলো হেৰুৱায় ( jy-E ২৩৩ ¶১)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • লূক ১৯:৪৩—যীচুৰ বাক্য কেনেকৈ পূৰ হৈছিল? (লূক ১৯:৪৩ পদৰ ওপৰত “গড় বান্ধি তোমাক বেৰি” অধ্যয়নৰ টোকা, nwtsty)

    • লূক ২০:৩৮—যীচুৰ বাক্যই পুনৰুত্থানৰ ওপৰত আমাৰ বিশ্বাস কেনেকৈ দৃঢ় কৰে? (লূক ২০:৩৮ পদৰ ওপৰত “কিয়নো তেওঁৰ সম্বন্ধে সকলো জীয়াই আছে” অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) লূক ১৯:১১-২৭

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।

  • প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • ভাষণ: (৬ মি. বা কম) w১৪-HI ৮/১৫ ২৯-৩০—বিষয়: লূক ২০:৩৪-৩৬ পদত বৰ্ণনা কৰা যীচুৰ বাক্যই পৃথিৱীত হোৱা পুনৰুত্থানক বুজায় নেকি?

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ৪৩

  • “ঘোষণা কাৰ্য্যত আমাৰ দক্ষতা উন্নতি কৰা—JW.ORG-ত তথ্য জানিবলৈ শিকক”: (১৫ মি.) আলোচনা। ভিডিঅʼখন দেখুৱাওক।

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ১৫ ¶১-৪

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ২৯ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক