ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 আগষ্ট পৃষ্ঠা ৫
  • আগষ্ট ২০-২৬

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • আগষ্ট ২০-২৬
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 আগষ্ট পৃষ্ঠা ৫

আগষ্ট ২০-২৬

লূক ২১-২২

  • গীত ১৫১ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “তোমালোকৰ মুক্তি ওচৰ চাপিছেহি”: (১০ মি.)

    • লূক ২১:২৫—মহা-ক্লেশৰ সময়ছোৱাত আচৰিত ঘটনা ঘটিব (kr-HI ২২৬ ¶৯)

    • লূক ২১:২৬—যিহোৱা ঈশ্বৰৰ শত্ৰুবিলাক ভয়ত বিমূৰ্চ্ছিত হʼব

    • লূক ২১:২৭, ২৮—যীচু অহাৰ অৰ্থ হৈছে বিশ্বাসী লোকসকলৰ মুক্তি (w১৬.০১-HI ১০-১১ ¶১৭; w১৫-HI ৭/১৫ ১৭-১৮ ¶১৩)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • লূক ২১:৩৩—এই পদত বৰ্ণনা কৰা যীচুৰ বাক্যৰ অৰ্থ কি? (লূক ২১:৩৩ পদৰ ওপৰত “আকাশ আৰু পৃথিবী লুপ্ত হব,” “মোৰ বাক্য লুপ্ত নহব” অধ্যয়নৰ টোকা, nwtsty)

    • লূক ২২:২৮-৩০—যীচুৱে কি নিয়ম স্থাপন কৰিছিল, কাৰ লগত কৰিছিল আৰু ই কি সম্পন্ন কৰে? (w১৪-HI ১০/১৫ ১৬-১৭ ¶১৫-১৬)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) লূক ২২:৩৫-৫৩

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। আপোনাৰ প্ৰচাৰ এলেকাত সাধাৰণতে উদ্ভৱ হোৱা কোনো আপত্তিকৰ বিষয়ৰ উত্তৰ কেনেকৈ দিব পাৰি, তাক দেখুৱাওক।

  • প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হিৰ সহায় লৈ কথা-বতৰা আৰম্ভ কৰক। গৃহস্থ ব্যস্ত থকাৰ সময়ছোৱাত কেনেকৈ ঘোষণা কৰিব পাৰি, তাক দেখুৱাওক।

  • দ্বিতীয় পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ২৬

  • স্থানীয় প্ৰয়োজনীয়তা: (১৫ মি.)

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) ভাল খবৰ পাঠ ১৫ ¶৫-৭

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৩২ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক