ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 অক্টোবৰ পৃষ্ঠা ২
  • অক্টোবৰ ১-৭

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অক্টোবৰ ১-৭
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 অক্টোবৰ পৃষ্ঠা ২

অক্টোবৰ ১-৭

যোহন ৯-১০

  • গীত ১৪৭ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যীচুৱে নিজৰ মেৰবিলাকৰ যত্ন লয়”: (১০ মি.)

    • যোহ ১০:১-৩, ১১, ১৪—যীচুৱে “সজ ৰখীয়া” হিচাপে নিজৰ মেৰবিলাকক ব্যক্তিগতভাৱে চিনি পায় আৰু তেওঁলোকৰ প্ৰয়োজনীয়তাবোৰ পূৰ কৰে (nwtsty ছবি; w১১-HI ৫/১৫ ৭-৮ ¶৫)

    • যোহ ১০:৪, ৫—মেৰবিলাকে যীচুৰ মাত বুজি পায়, অচিনাকী লোকৰ নহয় (cf-HI ১২৫ ¶১৭)

    • যোহ ১০:১৬—যীচুৰ মেৰবিলাকে একতাৰ আনন্দ উপভোগ কৰে (যোহ ১০:১৬ পদৰ ওপৰত “আনিব লাগে” অধ্যয়নৰ টোকা, nwtsty)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • যোহ ৯:৩৮—আগতে চকুৰে দেখা নোপোৱা ভিখাৰীজনে যীচুৰ সন্মুখত সেৱা কৰি কি জানিবলৈ সক্ষম হৈছিল? (যোহ ৯:৩৮ পদৰ ওপৰত “তেওঁক সেৱা কৰিলে” অধ্যয়নৰ টোকা, nwtsty)

    • যোহ ১০:২২—মন্দিৰ-প্ৰতিষ্ঠাৰ পৰ্ব্ব কি আছিল? (যোহ ১০:২২ পদৰ ওপৰত “মন্দিৰ-প্ৰতিষ্ঠাৰ পৰ্ব্ব” অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) যোহ ৯:১-১৭

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) ভাল খবৰ পাঠ ১৪ ¶১-২

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ২৮

  • স্থানীয় প্ৰয়োজনীয়তা: (১৫ মি.)

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ বাৰ্ত্তা পাঠ ৬

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ২৯ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক