ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 অক্টোবৰ পৃষ্ঠা ৩
  • অক্টোবৰ ৮-১৪

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • অক্টোবৰ ৮-১৪
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 অক্টোবৰ পৃষ্ঠা ৩

অক্টোবৰ ৮-১৪

যোহন ১১-১২

  • গীত ১৪ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “যীচুৰ দৰে কৰুণা দেখুৱাওক”: (১০ মি.)

    • যোহ ১১:২৩-২৬—যীচুৱে মাৰ্থাক সান্ত্বনা দিছিল (যোহ ১১:২৪ পদৰ ওপৰত “সি যে . . . উঠিব, তাক মই জানো” অধ্যয়নৰ টোকা, nwtsty; যোহ ১১:২৫ পদৰ ওপৰত পদৰ ওপৰত “ময়েই পুনৰুত্থানো আৰু জীৱনো” অধ্যয়নৰ টোকা, nwtsty)

    • যোহ ১১:৩৩-৩৫—মৰিয়ম আৰু আন লোকসকলক কন্দা দেখি যীচু আবেগিক হৈ পৰিছিল (যোহ ১১:৩৩ পদৰ ওপৰত “কন্দা,” “আত্মাত উত্তেজিত হৈ, গা জিকাৰ মাৰি” অধ্যয়নৰ টোকা, nwtsty; যোহ ১১:৩৫ পদৰ ওপৰত “ক্ৰন্দন কৰিলে” অধ্যয়নৰ টোকা, nwtsty)

    • যোহ ১১:৪৩, ৪৪—যীচুৱে লোকসকলক সহায় কৰাৰ বাবে কাৰ্য্য কৰিছিল

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • যোহ ১১:৪৯—কায়াফা নামৰ ব্যক্তিজনক মহা-পুৰহিত হিচাপে কোনে নিযুক্ত কৰিছিল আৰু তেওঁ কিমান দিনলৈকে এই পদত আছিল? (যোহ ১১:৪৯ পদৰ ওপৰত “মহা-পুৰোহিত” অধ্যয়নৰ টোকা, nwtsty)

    • যোহ ১২:৪২—কিছুমান যিহূদী লোকে কিয় যীচুক খ্ৰীষ্ট বুলি স্বীকাৰ কৰিবলৈ ভয় কৰিছিল? (যোহ ১২:৪২ পদৰ ওপৰত “শাসনকৰ্ত্তা সকল,” “নাম-ঘৰৰ পৰা জানোচা খেদে” অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি. বা কম) যোহ ১২:৩৫-৫০

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।

  • প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • ভাষণ: (৬ মি. বা কম) w১৩-HI ৯/১৫ ৩২—বিষয়: লাজাৰক পুনৰুত্থান কৰাৰ আগতে যীচুৱে কিয় ক্ৰন্দন কৰিছিল?

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১

  • যীচুৱেই “পুনৰুত্থানো আৰু জীৱনো” (যোহ ১১:২৫): (১৫ মি.) আলোচনা। ‘ঈশ্বৰে তেওঁক প্ৰভু আৰু খ্ৰীষ্ট পাতিলে’—ভাগ ২, এক আভাস নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক: এই বৰ্ণনাৰপৰা আমি যীচুৰ কৰুণাৰ বিষয়ে কি শিকোঁ? যীচুক কিয় “পুনৰুত্থানো আৰু জীৱনো” বুলি কোৱা হৈছে? ভৱিষ্যতে যীচুৱে কেনেধৰণৰ আচৰিত কৰ্ম্ম কৰিব?

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ বাৰ্ত্তা পাঠ ৭

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ৪৬ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক