ৱাচটাৱাৰ অনলাইন লাইব্রেৰী
ৱাচটাৱাৰ
অনলাইন লাইব্রেৰী
অসমীয়া
  • বাইবেল
  • প্ৰকাশনবোৰ
  • সভাবোৰ
  • mwb18 নৱেম্বৰ পৃষ্ঠা ২
  • নবেম্বৰ ৫-১১

আপুনি নিৰ্ব্বাচন কৰা বিষয়টোৰ ওপৰত কোনো ভিডিঅ' উপলব্ধ নাই ।

ক্ষমা কৰিব, ভিডিঅ'টো ল'ডিং কৰিব পৰা নাই।

  • নবেম্বৰ ৫-১১
  • আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
আমাৰ খ্ৰীষ্টান জীৱন আৰু পৰিচৰ্য্যা—সভাৰ বাবে অধ্যয়ন পুস্তিকা—২০১৮
mwb18 নৱেম্বৰ পৃষ্ঠা ২

নবেম্বৰ ৫-১১

যোহন ২০-২১

  • গীত ৪২ আৰু প্ৰাৰ্থনা

  • আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান

  • “তুমি এইবিলাকতকৈ মোক অধিক প্ৰেম কৰিছা নে?”: (১০ মি.)

    • যোহ ২১:১-৩—যীচুৰ মৃত্যুৰ পাছত পিতৰ আৰু আন শিষ্যসকলে মাছ মাৰিবলৈ যায়

    • যোহ ২১:৪-১৪—পুনৰুত্থানৰ পাছত যীচুৱে, পিতৰ আৰু আন শিষ্যসকলক দেখা দিয়ে

    • যোহ ২১:১৫-১৯—পিতৰে কি কাৰ্য্যক প্ৰথমস্থান দিয়া উচিত, তাক বুজিবলৈ যীচুৱে সহায় কৰে (যোহ ২১:১৫ পদৰ ওপৰত “যীচুৱে চিমোন পিতৰক সুধিলে” আৰু “তুমি এইবিলাকতকৈ মোক অধিক প্ৰেম কৰিছা নে?” অধ্যয়নৰ টোকা, nwtsty; যোহ ২১:১৭ পদৰ ওপৰত “তৃতীয়বাৰ” অধ্যয়নৰ টোকা, nwtsty)

  • আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)

    • যোহ ২০:১৬, ১৭—যীচুৱে মৰিয়ম মগ্দলীনীক যি কৈছিল, তাৰ অৰ্থ কি? (যোহ ২০:১৭ পদৰ ওপৰত “মোক নুচুবা” অধ্যয়নৰ টোকা, nwtsty)

    • যোহ ২০:২৮—থোমাই যীচুক কিয় “হে মোৰ প্ৰভু, হে মোৰ ঈশ্বৰ” বুলি কৈছিল? (যোহ ২০:২৮ পদৰ ওপৰত “হে মোৰ প্ৰভু, হে মোৰ ঈশ্বৰ!” অধ্যয়নৰ টোকা, nwtsty)

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?

    • এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?

  • বাইবেল পাঠ: (৪ মি.) যোহ ২০:১-১৮

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

  • প্ৰথম সাক্ষাতৰ ভিডিঅ’: (৪ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।

  • প্ৰথম পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।

  • বাইবেল অধ্যয়ন: (৬ মি. বা কম) বাইবেলে শিকায় ৭৩ ¶২১-২২—গৃহস্থক সভাৰ বাবে নিমন্ত্ৰণ জনাওক।

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

  • গীত ১০

  • স্থানীয় প্ৰয়োজনীয়তা: (১৫ মি.)

  • মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ বাৰ্ত্তা পাঠ ১১

  • শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)

  • গীত ২৮ আৰু প্ৰাৰ্থনা

    অসমীয়া প্ৰকাশনবোৰ (২০০০-২০২৫)
    লগ আউট
    লগ ইন
    • অসমীয়া
    • আনলৈ পঠিয়াওক
    • সুবিধা সমূহ
    • Copyright © 2025 Watch Tower Bible and Tract Society of Pennsylvania
    • ব্যৱহাৰৰ চৰ্ত
    • গোপনীয়তাৰ চৰ্ত
    • গোপনীয়তা চেটিং
    • JW.ORG
    • লগ ইন
    আনলৈ পঠিয়াওক