নবেম্বৰ ১২-১৮
পাঁচনিৰ কৰ্ম্ম ১-৩
গীত ৩৮ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“খ্ৰীষ্টান মণ্ডলীত পবিত্ৰ আত্মা বাকি দিয়া হৈছিল”: (১০ মি.)
[পাঁচনিৰ কৰ্ম্ম কিতাপখনৰ পৰিচয় ভিডিঅʼখন দেখুৱাওক।]
পাঁচ ২:১-৮, ১৪, ৩৭, ৩৮, ৪১—যীচুৰ শিষ্যসকলে পবিত্ৰ আত্মা লাভ কৰাৰ পাছত সাক্ষ্য দিয়ে আৰু ইয়াৰ পৰিণামস্বৰূপে প্ৰায় ৩,০০০ লোকে বাপ্তিষ্মা লয়
পাঁচ ২:৪২-৪৭—যীচুৰ শিষ্যসকলে উদাৰতা আৰু অতিথি-সৎকাৰ দেখুৱাৰ বাবে নতুনকৈ বাপ্তিষ্মা লোৱা শিষ্যসকলে যিৰূচালেমত বেছি সময় থাকিবলৈ সক্ষম হয় আৰু তেওঁলোকৰ বিশ্বাস দৃঢ় হয় (w৮৭-HI ৯/১ ২৮ ¶৪-৫, ৭)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
পাঁচ ৩:১৫—যীচুক কিয় ‘জীৱনৰ অধিকাৰী’ বুলি কোৱা হৈছে? (it-২-E ৬১ ¶১)
পাঁচ ৩:১৯—এই পদৰ অনুসৰি যিহোৱা ঈশ্বৰে অনুতাপ কৰা লোকসকলক কেনেকৈ ক্ষমা কৰে? (cl-HI ২৬৫ ¶১৪)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) পাঁচ ২:১-২১
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
প্ৰথম সাক্ষাৎ: (২ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক।
প্ৰথম পুনৰ সাক্ষাতৰ ভিডিঅ’: (৫ মি.) ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক।
ভাষণ: (৬ মি. বা কম) it-১-E ১২৯ ¶২-৩—বিষয়: বিশ্বাসী পাঁচনিসকলৰ মৃত্যুৰ পাছত তেওঁলোকৰ সলনি কোনো পাঁচনি নিযুক্ত কৰা হোৱা নাছিল, কিন্তু যিহূদাৰ সলনি আন এজন পাঁচনিক কিয় নিযুক্ত কৰা হৈছিল?
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
“বিভিন্ন ভাষা কোৱা এলেকাত ঘোষণা কৰিবলৈ সহযোগ কৰক”: (১৫ মি.) প্ৰচাৰ সমূহৰ অধ্যক্ষৰ দ্বাৰা আলোচনা। ভিডিঅʼখন দেখুৱাওক আৰু আলোচনা কৰক। যদি আপোনাৰ মণ্ডলীয়ে এনেধৰণৰ এলেকাত ঘোষণা কৰিছে, তেনেহʼলে জনাওক যে ইয়াৰ বাবে কি ব্যৱস্থা কৰা হৈছে।
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ বাৰ্ত্তা পাঠ ১২
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ১১ আৰু প্ৰাৰ্থনা