ডিচেম্বৰ ২৪-৩০
পাঁচনিৰ কৰ্ম্ম ১৭-১৮
গীত ৪০ আৰু প্ৰাৰ্থনা
আৰম্ভণিৰ মন্তব্য (৩ মি. বা কম)
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
“পাঁচনি পৌলৰ দৰে ঘোষণা কৰক আৰু শিক্ষা দিয়ক”: (১০ মি.)
পাঁচ ১৭:২, ৩—শিক্ষা দিয়াৰ সময়ত পাঁচনি পৌলে শাস্ত্ৰৰপৰা যুক্তি কৰিছিল আৰু উদ্ধৃতি দিছিল (পাঁচ ১৭:২ পদৰ ওপৰত “যুক্তি দেখুৱাই” অধ্যয়নৰ টোকা, nwtsty; পাঁচ ১৭:৩ পদৰ ওপৰত “শাস্ত্ৰৰ পৰা . . . ভাঙি বুজাই দিলে” অধ্যয়নৰ টোকা, nwtsty)
পাঁচ ১৭:১৭—পৌলে যʼতেই লোকসকলক লগ পাইছিল, তাতেই ঘোষণা কৰিছিল (পাঁচ ১৭:১৭ পদৰ ওপৰত “বজাৰ” অধ্যয়নৰ টোকা, nwtsty)
পাঁচ ১৭:২২, ২৩—পৌলে লোকসকলক লক্ষ্য কৰিছিল আৰু তেওঁলোকে সন্মত হʼব পৰা বিষয়ৰ ওপৰত কথা-বতৰা হৈছিল (পাঁচ ১৭:২৩ পদৰ ওপৰত “অবিদিত ঈশ্বৰলৈ” অধ্যয়নৰ টোকা, nwtsty)
আধ্যাত্মিক ৰত্ন বিচাৰক: (৮ মি.)
পাঁচ ১৮:১৮—পৌলে কৰা সংকল্পৰ বিষয়ে কি কʼব পাৰি? (w০৮-HI ৫/১৫ ৩২ ¶৫)
পাঁচ ১৮:২১—আধ্যাত্মিক লক্ষ্যত উপনিত হোৱাৰ ক্ষেত্ৰত আমি পাঁচনি পৌলক কেনেকৈ অনুকৰণ কৰিব পাৰোঁ? (পাঁচ ১৮:২১ পদৰ ওপৰত “ঈশ্বৰৰ ইচ্ছা হলে” অধ্যয়নৰ টোকা, nwtsty)
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি যিহোৱা ঈশ্বৰৰ বিষয়ে কি শিকিলে?
এই সপ্তাহৰ বাইবেল পাঠৰপৰা আপুনি আৰু কি কি ৰত্ন বিচাৰি পালে?
বাইবেল পাঠ: (৪ মি. বা কম) পাঁচ ১৭:১-১৫
ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
দ্বিতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) আলোচনাৰ বাবে আৰ্হি ব্যৱহাৰ কৰক। বাইবেল অধ্যয়ন কেনেকৈ কৰা হয়? নামৰ ভিডিঅʼখনৰ বিষয়ে জনাওক আৰু আলোচনা কৰক (কিন্তু ভিডিঅʼখন নচলাব)।
তৃতীয় পুনৰ সাক্ষাৎ: (৩ মি. বা কম) নিজাকৈ এটা শাস্ত্ৰপদ নিৰ্ব্বাচন কৰক আৰু অধ্যয়নৰ বাবে ব্যৱহাৰ হোৱা এখন প্ৰকাশন আগবঢ়াওক।
বাইবেল অধ্যয়ন: (৬ মি. বা কম) যিহোৱাৰ ইচ্ছা পাঠ ৭
খ্ৰীষ্টান হিচাপে জীৱন-যাপন
শুভবাৰ্ত্তা ভালদৰে ঘোষণা কৰক আৰু শিক্ষা দিয়ক: (১৫ মি.) আলোচনা। পাৰিবাৰিক উপাসনা: পৌল—তেওঁ শুভবাৰ্ত্তা ভালদৰে ঘোষণা কৰিছিল নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত পৰৱৰ্তী প্ৰশ্নবোৰ আলোচনা কৰক: ভিডিঅʼখনত দেখুৱা পৰিয়ালে ঘোষণা কাৰ্য্যত কোনটো দিশ উন্নতি কৰাৰ বাবে প্ৰয়োজনীয়তা অনুভৱ কৰে? তেওঁলোকে পাঁচনি পৌলৰপৰা প্ৰচাৰৰ বিষয়ে কি কথা শিকে আৰু নিজৰ জীৱনত প্ৰয়োগ কৰে? ইয়াৰ বাবে তেওঁলোকে কি কি আশীৰ্ব্বাদ লাভ কৰে? পাৰিবাৰিক উপাসনাত আপুনি ব্যৱহাৰ কৰিব পৰা কিছুমান উপায় কি?
মণ্ডলীৰ বাইবেল অধ্যয়ন: (৩০ মি.) বাইবেলৰ বাৰ্ত্তা পাঠ ১৮
শিকা বিষয়বোৰ আলোচনা কৰি, পৰৱৰ্তী সপ্তাহত হʼবলগীয়া বিষয়বোৰ চমুকৈ বৰ্ণনা কৰক (৩ মি.)
গীত ১৪ আৰু প্ৰাৰ্থনা